Song: Aideur Bulonit (আইদেউৰ বুলনিত)
Singer: Jyoti Prasad Agarwala
Aideur Bulonit Lyrics:—-
আইদেউৰ বুলনিত
পোহৰৰ ধেমালি
ন চানেকিয়ে জিকমিকায়
জোনাকী বাটেদি চিত্রলেখীয়ে
ন জীৱনৰে ফুলে ফুলায়
আইদেউৰ যঁতৰত
সুৰে গুন গুনালে
আইদেউ মিচিকিয়াই
সুৰতে কঁপিছে কিনো ন বতৰা
জ্ৱলে মনে তৰা
আইদেউৰ বুকু কঁপায়