Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese | Deeplina Deka

Song Name: Tumi Ahile (তুমি আহিলে)
Singer: Deeplina Deka
Music: Trion Mahanta
Mix-Mastered- Diganta Bordoloi
Lyrics: Arshavik

Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese:–

মোৰ মনত এপাহি গোলাপ,
ৰ’লাহি তুমি গোপনে,
তোমাৰ মৰম সনা চাওনিত,
উশাহো বাঢ়িচে সঘনে ||
নিয়ৰৰ কোলাতে বহি,
এটুপি সপোনো সৰে,
তুমি আহিলে কাষলে ||
অৱেগৰ কহুৰণ ফালি,
দুচকুৰে হিম নিগৰে,
তোমাৰ কোমল পৰশতে মোৰ,
বুকু উপচি পৰে ||
নিয়ৰৰ কোলাতে বহি,
এটুপি সপোনো সৰে,
তুমি আহিলে কাষলে ||
অৱেগৰ কহুৰণ ফালি,
দুচকুৰে হিম নিগৰে,
তোমাৰ কোমল পৰশতে মোৰ,
বুকু উপচি পৰে ||
নিয়ৰৰ কোলাতে বহি,
এটুপি সপোনো সৰে,
তুমি আহিলে কাষলে ||
মোৰ মনত এপাহি গোলাপ,
ৰ’লাহি তুমি গোপনে,
তোমাৰ মৰম সনা চাওনিত,
উশাহো বাঢ়িচে সঘনে ||
নিয়ৰৰ কোলাতে বহি,
এটুপি সপোনো সৰে,
তুমি আহিলে কাষলে ||