Akaxor Junbai Song Details:Akaxor Junbai Lyrics
আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…
মৰমৰে ভৰষাই
মৰমকে নিচুকায়
এপলক চাৱনিতে
বুকুতে দহি যায়…
অভিমান অভিমানী হৈ পৰো
আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়..
দূৰ সীমা জুখিয়ে চাওঁ
কিজানি তোমাক পাওঁ
মোৰো হিয়াক শুধিয়ে চাওঁ
উশাহে নিশাহে পাওঁ
হা… দূৰ সীমা জুখিয়ে চাওঁ
কিজানি তোমাক পাওঁ
মোৰো হিয়াক শুধিয়ে চাওঁ
কাষৰতে দেখা পাওঁ
অভিমান অভিমানী হৈ পৰো
আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱা …
প্ৰতি নিশা ভাগে হিয়া
সময়ৰ অজুহাতত
কথা দিয়া ভালপোৱা
থাকিব আমাৰ মাজত
হা… প্ৰতি নিশা ভাগে হিয়া
সময়ৰ অজুহাতত
কথা দিয়া ভালপোৱা
থাকিব আমাৰ মাজত
অভিমান অভিমানী হৈ পৰো
আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…