Dusto Suwali Lyrics by Gitanjali Das is the latest Assamese song with music is given by Ujjwal Aarong. Dusto Suwali lyrics are written by Ramen Danah.
Dusto Suwali Song Details:
Song: | Dusto Suwali |
Singer: | Gitanjali Das |
Music: | Ujjwal Aarong |
Written by: | Ramen Danah |
Label: | Gitanjali Das Youtube Channel |
Dusto Suwali Lyrics
হে মই লং ঘনে ঘনে তোৰে নাম
জান চিঞৰি চিঞৰি
মই কং মই তোকে ভালে পাং
কথা ক’লোং চিধা চিধি
হে মই লং ঘনে ঘনে তোৰে নাম
জান চিঞৰি চিঞৰি
হে মই কং মই তোকে ভালে পাং
কথা ক’লোং চিধা চিধি
তোৰ প্ৰেমত ঘপককৈ পিচলি
এহে পৰিলো বুলি সেইবুলি নহং মই ৰচকী
এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী
মন খুলি খুলি পাতিবলে কথা
মন জাগে তোৰে লগত
থৰ লাগি লাগি দুচকুলে চায়
মৰম লগাই লগাই ভালপোৱা জগাই
কোনোবা এপাকত
তই ল’লি ল’লি কলিজাতে ঠাই
তোৰ প্ৰেমত ঘপককৈ পিচলি
এহে পৰিলো বুলি সেইবুলি নহং মই ৰচকী
এহে প্ৰেমতে পাগলী….
নহং নহং ওহোঁ নহং দুষ্ট ছোৱালী
মই দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী
হে ৰূপে তিলোত্তমা… নহলোং যেনিবা
তাকে বুলি ময়ো নহয়… তেনেই পৰি মৰা
অই সলনা সলনি কৰি চালে হিয়া
হে বুজি পাবি ভালেকৈ মই কেনেকুৱা
তোৰ প্ৰেমত ঘপককৈ পিচলি
এহে পৰিলো বুলি
সেইবুলি মই নহং ৰচকী এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী…. দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী মই নহং দুষ্ট ছোৱালী
হে দুষ্ট ছোৱালী নহং দুষ্ট ছোৱালী
দুষ্ট ছোৱালী ওহোঁ দুষ্ট ছোৱালী
Dusto Suwali Music Video
We Hope You Liked the Dusto Suwali Lyrics – Gitanjali Das, If You Found Mistakes in the Lyrics “Dusto Suwali Lyrics – Gitanjali Das” kindly Submit Us With the Correct Dusto Suwali Lyrics – Gitanjali Das Song! Thanks for visiting our Lyrics App!