দুপৰৰ মোহনাত Duporor Muhonat Lyrics – Zubeen Garg |

Duporor Muhonat Lyrics, sung by Zubeen Garg. Video editing by Nakib Ahmed. This song is from “Rumal” album.

Song Details

  • Song: DUPARAR MUHANAT
  • Album: RUMAAL
  • Singer: Zubeen Garg,
  • Music: Zubeen Garg
  • Video Editor: Nakib Ahmed
  • Label: N.K. Production

Duporor Muhonat Lyrics In Assamese

দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ
ৰ’দ হালিব গধূলি বিহুকে গাম
ঢোলৰে মাৰি ঘুৰাই গোবিন্দাই ৰাম
হেই… দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ…

(Music)……

সোণে বাখৰ,চেনেহী মোৰ
আছনে বাত চাই সাজি কাচি
লগ পোৱাৰ হেপাহতে
উঠিছেনে বুকু নাচি নাচি
দুখন কৈ তামোল খোৱাৰে বাট
মুনি চুনি বেলি ওলামগৈ তাত
মুনি চুনি বেলি ওলামগৈ তাত
দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ…

(Music)……..

বা ৰিব ৰিব বতাহতে
সপোন ৰহেদৈ হিয়াত বহে
কিনো সুধিম কিনো কবি
সেই ভাবনা মনত গজে
বেলি যাগৈ যাগৈ যা মোকো লৈ
তোৰে মোৰে ঘৰ পশ্চিমলৈ
তোৰে মোৰে ঘৰ পশ্চিমলৈ
দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ
ৰ’দ হালিব গধূলি বিহুকে গাম
ঢোলৰে মাৰি ঘুৰাই গোবিন্দাই ৰাম
হেই… দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ…

Music Video Of Duporor Muhonat Song

We Hope You Liked the দুপৰৰ মোহনাত Duporor Muhonat Lyrics – Zubeen Garg |, If You Found Mistakes in the Lyrics “দুপৰৰ মোহনাত Duporor Muhonat Lyrics – Zubeen Garg |” kindly Submit Us With the Correct দুপৰৰ মোহনাত Duporor Muhonat Lyrics – Zubeen Garg | Song! Thanks for visiting our Lyrics App!