নেদেখা ফাগুন Nedekha Fagun Lyrics – Neel Akash |

Nedekha Fagun Lyrics, sung by Neel Akash. Lyrics & Composed by Gitartha Girin. Music by Palash Gogoi. Assamese Mega Serial “Nedekha Fagun 2021”. Super Hit Assamese Serial Song.

Song Details

Song- Nedekha Fagun (Mega Serial)
Vocal- Neel Akash
Lyrics & Composition- Gitartha Girin
Music- Palash Gogoi
Design- Partha Jit Hira
Director- Pankaj Gogoi

Nedekha Fagun Lyrics In Assamese

ৰ’দে আহি সোন খেলে ধেমালি
দুগলতে পৰি বাগৰি
জোনাকেও সোন ঢালে জোনাকি
তোমাৰে সুৰীয়া হাঁহিত
তুমি তুমি লাগিছে
চৌপাশেও নাচিছে
ৰঙচুৱা এই বেলিটিয়ে
বাগৰ সলাই তোমাতেই

বতাহেও ক’ব খোজে
কাহিনী তোমাৰে মোৰে
থৈ অহা ঘাতৰে
তুমি নুশুনা
ফাগুনৰে ৰাগিনী
তুমি নেদেখা
ফাগুনৰে আবেলি

ক’ব লগা আছে মোৰে
কওঁ কেনেকৈ মই
দিব লগা আছে মোৰে
যাচোঁ কেনেকৈ মই
জীয়া জীয়া সপোনৰে
আধা কেঁচা জীৱন
সঁচা মিছা খতিয়ানৰ
মোৰে ভাগৰুৱা মন

বতাহেও ক’ব খোজে
কাহিনী তোমাৰে মোৰে
থৈ অহা ঘাতৰে
তুমি নুশুনা
ফাগুনৰে ৰাগিনী
( তুমি নেদেখা
ফাগুনৰে আবেলি ) ২

Music Video Of Nedekha Fagun Song

We Hope You Liked the নেদেখা ফাগুন Nedekha Fagun Lyrics – Neel Akash |, If You Found Mistakes in the Lyrics “নেদেখা ফাগুন Nedekha Fagun Lyrics – Neel Akash |” kindly Submit Us With the Correct নেদেখা ফাগুন Nedekha Fagun Lyrics – Neel Akash | Song! Thanks for visiting our Lyrics App!