আলিবাট Aalibaat Lyrics – Parineeta Goswami |

Aalibaat Lyrics In Assamese, sung by Parineeta Goswami. Lyrics pinned by Prachurjya Talukdar. Music by Pallab Talukdar. Featuring Arghadeep Barua. Latest Assamese Song.

Song Credits

  • Vocal and Composition: Parineeta Goswami
  • Lyrics: Prachurjya Talukdar
  • Music: Pallab Talukdar
  • Mixed and Mastered by Diganta Bordoloi
  • Poem Recitation: Jintu Kumar Kashyap
  • Recorded @ RedAv studio by Pinku Das & ZeroDB Studio by Uddipta Gogoi
  • Featuring: Arghadeep Barua
  • Label: Pratidhwani Records

Aalibaat Lyrics In Assamese

নিয়ৰৰ দলিচাত
যত আশা বয়
আৱেগৰ বোকোচাত
সিও যে সুৰ হয়
এখোজ-দুখোজতে
জোনাকীৰ জোনাকে যে
মন আকাশতে হাঁ‌হিছে
জ্বলি জ্বলি উজলে
সময়ৰ বলুকাত
তোৰ বুকুৰ উমেৰে
সজা প্ৰতিপ্ৰভাত
আলিবাট আলিবাট
জিৰাব দে তোৰে কোলাত
আলিবাট অ’ আলিবাট
জিৰাব দে তোৰেই কোলাত

কাহানিও নিবিচৰা
ব্যৱধানে নক’লে
সমিধানৰ কথা
সময়ে অনা জটিলতা
ক’ৰবাতে হেৰালে
সেই আপোনতা
নামি আহ সোঁ‌ৱৰণি
নালাগে পাহৰণি
তোৰে মোৰে কাহিনী
হ’ব যে জীৱনী
বুকুৰ মাজতে আজি
ৰাখিছোঁ‌ তোকে সাঁ‌চি
সময়ে সোঁৱৰে তোক
আলিবাট আলিবাট
জিৰাব দে তোৰে কোলাত
আলিবাট অ’ আলিবাট
জিৰাব দে তোৰেই কোলাত