সাঁচি থোৱা Hasi Thua Lyrics – Rakhismita Kalita x Saurav

Hasi Thua Lyrics In Assamese, sung by Saurav Hazarika & Rakhismita Kalita. Lyrics pinned by Madhujya Dutta. Music by Saurav Hazarika. Romantic Assamese Song.

Song Credits

  • Vocals – Saurav Hazarika & Rakhismita Kalita
  • Composition/Lyrics- Madhujya Dutta
  • Music- Saurav Hazarika
  • Mix/Master- Mukti Muhurta Hazarika.
  • Video works – Nitesh Designs.
  • Label: Onehorn Records

Hasi Thua Lyrics In Assamese

অভিমানী সুৰে কব খোজা কথা

মনৰে দোমোজা তুমি খুলি কোৱা

সাঁচি থোৱা মোৰ আধৰুৱা

চিঠিখনি প্ৰেমে চোৱা

হেঁপাহেৰে হিয়াৰ ভাঁজত

মৰমৰ আকুলতা দিব খোজা

Music………………………..

নিশা এন্ধাৰত জিলিকা জোনাকীৰ

আবৰতেই তোমাক পোৱা

সপোন যেন লাগে প্ৰতি ক্ষণে

তোমাৰ লগত কটোৱা

উলাহতে হেৰাল বুকুৰ নীৰৱতা

অৱশেষত তুমি মোৰ হ’বা

সাঁচি থোৱা মোৰ আধৰুৱা

চিঠিখনি প্ৰেমে চোৱা

হেঁপাহেৰে হিয়াৰ ভাঁজত

মৰমৰ আকুলতা দিব খোজা

Music Video Of Hasi Thua Song

We Hope You Liked the সাঁচি থোৱা Hasi Thua Lyrics – Rakhismita Kalita x Saurav, If You Found Mistakes in the Lyrics “সাঁচি থোৱা Hasi Thua Lyrics – Rakhismita Kalita x Saurav” kindly Submit Us With the Correct সাঁচি থোৱা Hasi Thua Lyrics – Rakhismita Kalita x Saurav Song! Thanks for visiting our Lyrics App!