Ukaa Full Lyrics, sung by Zubben Garg. Lyrics/Composition by Pranab Krishnatreya. Heart Touching Assamese Song.
Song Credits
- Album:- Urunga Mon
- Song:- Ukaa
- Vocals:- Zubeen Garg
- Lyrics/Composition:- Pranab Krishnatreya
- Music Arrangement:- Sanjay Hazarika & Pranab Krishnatreya
- Mixing & Mastering:- Diganta Bordoloi
- Label: Pranab Krishnatreya
Ukaa Full Lyrics
উকা আছিলে মনৰে কোঠালি
তোমাক পালো বিচাৰি
তুমি দিলাহি মৰমৰ সঁহাৰি
বেদনাৰ চকুলো মচি
হ’বানে তুমি মোৰ লগৰী??
মন গহণত তোমাৰে ছবি
পলে প্ৰতিপলে আজি উঠিছে ভাঁহি
যদি আঁতৰি যোৱাগৈ নোৱাৰো থাকিব
কাষলে আহিলে সুৰে নিচুকাব
উশাহত আছা তুমি
আজি হঠাতে এছাটি বতাহে
অতীতৰ বহু কথা ক’লে
চিনাকি চিনাকি উমাল পৰশে
সুৰৰ নদী জিপাল কৰে
আজি বুকুৰে ভিতৰত কিহৰ শিহঁৰন
থমকি ৰলো মই সুঁৱৰি প্ৰতিক্ষণ
দিঠকৰ সুৰে নিচুকায়
Lyrical Video Of Ukaa Song
We Hope You Liked the উকা Ukaa Full Lyrics – Zubeen Garg ft. Pranab Krishnatreya, If You Found Mistakes in the Lyrics “উকা Ukaa Full Lyrics – Zubeen Garg ft. Pranab Krishnatreya” kindly Submit Us With the Correct উকা Ukaa Full Lyrics – Zubeen Garg ft. Pranab Krishnatreya Song! Thanks for visiting our Lyrics App!