Aai Lyrics by Bishrut Saikia is a newly released Assamese song music also given by Bishrut Saikia. The latest song Aai lyrics are written by Bishrut Saikia.

Aai Song Details:

Song:Aai
Singer(s):Bishrut Saikia
Musician(s):Bishrut Saikia
Written by:Bishrut Saikia
Label(©):Bishrut Saikia

Aai Lyrics

বন্ধ কৰি নিজক আজি
চাৰি বেৰে ৰাখোঁ আৱৰি
কান্ধত বোজা চকুত পানী
শূণ্য জীৱন আজি

ৰজাৰ দ’ল ভাঙিল
নহ’ল যেন সপোন ৰঙীন
ৰঙে যে হেৰুৱালে বাট
অচিনাকী বাটে যাবলৈ ভয় লাগে
নিদিওঁ আপোনক আঘাত

জীৱনে খেল খেলে
দোষীবলে কোনো নাই
আশা ভৰসা মই আইৰ

সপোন বহু দূৰ
তাৰেই আহৰণৰ হেঁপাহ আছে মোৰ
জীৱিকাৰ সাফল্য দূৰ
আজি সাফল্য পুত্ৰ ৰূপে মোৰ
অহেতুক জীৱনত
স্বাৰ্থৰ বিলাপ শুন
আত্মাৰ মানে ভাঙে
উৎপাদকতাৰ ত্রানৰ আউল

তৰা হ’ব খোজোঁ
আইৰে দুচকুত
আইৰ দুচকু মোৰ আকাশ
আকাশৰে পক্ষী ভাবে মোক দেখি
ধ্ৰুৱ আমাৰে বুলি

জীৱনে খেল খেলে
দোষীবলে কোনো নাই
আশা ভৰসা মই আইৰ

Aai Song Video

We hope you enjoyed the lyrics of “Aai Lyrics – Bishrut Saikia.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!

Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: