Assamese Motivational Quotes that helps you to little changes may huge impact on your life…this motivational thought is really works in real life…Assamese Status Images..

We are providing 40 best assamese life Changing status …you can use it as facebook status facebook story,whatsapp status,instagram status,instagram story or anywhere you wanna share…you also can share it to your love ones..

40 Assamese Motivational Quotes

 

1.“নিজস্বতা বজাই ৰাখা

কাৰণ কোনেও তোমাৰ চৰিত্ৰ

তোমাতকৈ ভালকে কোনেও কৰিব নোৱাৰে”

 

২. “ভিৰৰ মাজত মই থাকিব নিবিচাৰোঁ

মোৰ বাবে যাতে ভিৰ হয়

তেনেকুৱা হব বিচাৰোঁ”

 

৩. “হাতৰ ৰেখাত বেছি বিশ্বাস নকৰিবা

কাৰণ মই হাত নথকা মানুহো

সফল হোৱা দেখিছোঁ”

 

৪. “গন্তব্য স্থান পোৱা বহুত দূৰৰ কথা

অসংকাৰ কৰি থাকিলে

পথও অদৃশ্য হৈ পৰিব”

 

৫. “যদি গন্তব্য স্থান পোৱা নাই

তেন্তে গন্তব্য স্থান সলনি নকৰিব

পথ সলনি কৰক”

 

৬. “যি হুলস্তূল কৰি ভিৰ কৰে

তেওঁ ভিৰৰ মাজতে হেৰাই যাই

সফল তেওঁহে হয়

যি মনে মনে থাকিও নিজৰ কাম

কৰি যাই”

 

৭. “ভাল কিতাপ আৰু ভাল মানুহ

সহজে চিনি পোৱা টান

তেওঁলোকক পঢ়িবলগীয়া হয়”

 

৮. “বিকল্প বহুত পাবা গন্তব্যস্থান হেৰুৱাবলৈ

সংকল্প এটাহে থাকে গন্তব্য স্থান পাবলৈ”

 

৯. “যাৰ অকলৰীয়াকৈ যাব পৰা ক্ষমতা থাকে

শেষত তেওঁৰ পিছত বহুত মানুহ যাই”

 

Assamese Motivational Quotes no ১০. “যদি সফলতা বিচাৰিছে বন্ধু

জীৱনত সময় আৰু পৰিস্থিতি লৈ

কেতিয়াও নাকান্দিব

 

১১. “যদি হাৰিবা বুলি ভয় কৰা

জিকাৰ আশা কাতিয়াও নকৰিবা”

 

১২. “বিফলতাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰা

যিটোৰ অভাৱ হৈছে চোৱা আৰু পূৰণ কৰা”

 

১৩. “সংঘৰ্ষ মানুহক শক্তিশালী কৰে

লাগিলে তেওঁ যিমানেই

দুৰ্বল নহওঁক কিয়”

 

১৪. “তোমাৰ চকুত যদি জয়ৰ সপোন আছে

জীৱনৰ প্ৰতেকটো পল

সুন্দৰ হৈ পৰিব”

 

১৫. “চেষ্টা কৰা উপায় ওলাব

আজি নহয় কাইলৈ ওলাব”

 

১৬. “ধৈৰ্য ধৰা বিপদৰ সময় পাৰ হব

আজি যি তোমাক চাই হাঁহি আছে

কাইলৈ তোমাক দেখি থৰ হব”

 

১৭. “তোমাৰ চৰিত্ৰ যদি ভাল হয়

তোমাৰ ভাগ্য কেতিয়াও বেয়া নহয়”

 

১৮. “পৰিতস্থিতি লাগিলে যিমানেই কঠিন নহওঁক

মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা

সহজ হৈ পৰিব”

 

১৯. “যিমানেই কঠিন সংঘৰ্ষ হয়

সিমানেই মধুময় বিজয় হয়”

২০. “জীৱনৰ বাটত বন্ধু ভালদৰে বাচিবা

কাৰণ তুমি সেয়ে হবা

যি তোমাৰ বন্ধু সকল হয়”

 

২১. “জীৱনত নিজৰ চৰিত্ৰটো ভালদৰে গঢ়া

যাতে পৰ্দা পৰাৰ পিছতো হাত চাপৰি বাজি থাকে”

 

২২.”তুমি জিয়ে কাম নকৰা কিয়

তুমি যদি উপযুক্ত বুলি ভাবিছা

কৰি যোৱা

পৃথিবিয়ে কি ভাবিছে চিন্তা নকৰিবা

জীৱন সুখৰ হৈ পৰিব”

 

২৩. “প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়

কিছুমান শিক্ষা জীৱনেও দি যায়”

 

২৪. “যাৰ সলনি হোৱাৰ দৃষ্টিভংগী থাকে

তেওঁ জীৱনত আগবাহি যায়”

 

২৫. “সফল তেওহে হয় যিয়ে জীৱনৰ

ডাঙৰ ধুমুহা সুন্দৰকৈ পাৰ কৰে”

 

২৬. “জীৱনত ৰিস্ক লবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব

হয়টো বিজয়প্ৰাপ্তি হব

নহলে শিক্ষা পাব”

 

২৭.”লাখতা আঘাত পোৱাৰ পিছতো

আগবাহি যাম”

 

২৮. “আপুনি যদি জিকে তেন্তে সুখ প্ৰাপ্তি হয়

যদি হাৰে তেন্তে শিক্ষা লাভ কৰে”

 

২৯.”খেলত হাৰিলে তুমি পুনৰ জিকিব পাৰিবা

মনৰ পৰা হাৰিলে কেতিয়াও জিকিব নোৱাৰা”

 

২৯. “নিজৰ ভাগৰুৱা শৰীৰটো নিজেই কঢ়িয়াই

ফুৰিব লাগিব

তেতিয়াহে মানুহে কান্ধত লব

যেতিয়া তোমাৰ মৃত্যু হব”

 

৩০. “জীৱনে এটা সুযোগ সদায় দিয়ে

সেইটোক আমি সৰল ভাষাত কাইলৈ

বুলি কওঁ”

 

৩১.”হব পাৰে প্ৰত্যেকটো দিন ভালে নাযায়

কিন্তু বন্ধু প্ৰত্যেকটো দিনত কিবা নহৈ কিবা

ভালে যায়”

 

৩২. “ভাগ্য আৰু বেলেগক কিয় দুখ দিও

সপোন নিজৰ চেষ্টা নিজৰ হব লাগে”

 

৩৩. “ভাগ্যৰ লগত কাজিয়া কৰি ভাল লাগে

কাৰণ ভাগ্যয়ে মোক নিদিয়ে আগবহিবলৈ

আৰু মই পিছ পৰিব নিবিচাৰোঁ”

 

৩৪. “কেতিয়াবা এটা সৰু change এ

জীৱন সলনি কৰিব পাৰে”

 

৩৫. “যিটো সহজতেই পোৱা যায় সেইটো সদায় নাথাকে

যিটো কষ্ট কৰি পোৱা যায় সেইটো সদায় থাকি যায়”

 

৩৬.”যি সলনি হয় তেওঁ আগবাহি যায়”

 

৩৭. “বিশ্বাস এনেকুৱা এটা শক্তি যি

অসম্ভৱটোও সম্ভৱ কৰি দেখুৱাই”

 

৩৮. “যেতিয়ালৈকে নিজৰ সমস্যা বোৰৰ কাৰণে

বেলেগক দুখ দি থাকিবা

তেতিয়ালৈকে তুমি সমস্যা বোৰ দূৰ কৰিব নোৱাৰিবা”

 

৩৯. “সফলতাই আমাৰ পৰিচয় কৰাই পৃথিৱীক

পৃথিৱীৰ পৰিচয় আমাক সফলতাই দিয়ে”

 

৪০. “মহানতা বাৰে বাৰে পিচল খুৱাক নকয়

মহানতা বাৰে বাৰে পিচল খালেও বাৰে বাৰে থিয় হৈ উঠাক  কয়”

You May Also Like From Other Website similar post

 

 

We hope you enjoyed the lyrics of “Assamese Motivational Quotes | 40 Best Life Changing Status 2020 |.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!

Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: