Ward Member Lyricss, Rupam Das sings the lyrics of Ward Member Lyrics. Biswajit Gayan, Tushar Gohain wrote the lyrics for the Assamese song “Ward Member,” while Palash Gogoi composed the music.
Song: Ward Member
Singer: Rupam Das
Lyrics: Biswajit Gayan, Tushar Gohain
Tune: Rupam Das, Biswajit Gayan
Music, Mix & Mastered: Palash Gogoi
Label: AC MULTIMEDIA
Oi Enai gaon ore ward member jiyekor
Jihe bahise nu temper x 2
Daak ghoror peon kaai batote kole
Bapek akou college ore professor
Oi kinu komnu moi kotha xaar
Prem ot komise low pressure
kinu komnu moi kotha xaar
Prem ot komise low pressure
Moi koru janone Oo moromi
Private school or chokidaar
Private school or chokidaar jaano…
Oi gaon or aalu kosu dhekia manimuni khutura
manimuni khutura
AssameseLyrical.com
Randhiboloi jaanu pariba juhaalot
puwa aru Xondhia
puwa aru Xondhia
Haai oi heleng peleng bisona
Fota kombol dolisa x 2
Xuboloi pariba jaanu
Mure manuh joni dipika
Oi Mure manuh joni dipika joni
Oo oo Oo oo Oho ho ho ho
Oo oo Oo oo Oho ho ho ho
Ward member jiyek or cycle khon
Ghotong ghotong baje modga khon x 2
Oi aanai gaon ote dekha paai
Khopi dilu mur hiya khon
Haai oi suwali bur dhunia
morom nu alokhuwa x 2
guhei jeebon xukhere raakhim
Tumi hole mur logoriya
Oi Tumi hole mur logoriya joni
Tumi hole mur logoriya
Oi Tumi hole mur logoriya joni x 2
ঐ এনাই গাওঁৰে ৱাৰ্দ মেম্বাৰ জী্য়েকৰ
যিহে বাঢ়িছেনো টেম্পাৰ
যিহে বাঢ়িছেনো টেম্পাৰ
ডাক ঘৰৰ পিয়্ন কাই বাটতে ক’লে
বাপেক আকৌ কলেজৰে প্ৰফেচাৰ
ঐ কিনো কমনো মই কথষাৰ
প্ৰেমত কমিছে লো প্ৰেছাৰ
কিনো কমনো মই কথষাৰ
প্ৰেমত কমিছে লো প্ৰেছাৰ
মই কৰো জাননে অ’ মৰমী
প্ৰাইভেট স্কুলৰ চকিদাৰ
প্ৰাইভেট স্কুলৰ চকিদাৰ জান অ’
ঐ গাওঁৰ আলু, কচু, ঢেকী্য়া, মানিমুনি, খুতুৰা
মানিমুনি, খুতুৰা
ৰান্ধিৱলৈ জানো পাৰিবা জুহালত
পুৱা আৰু সন্ধিয়া
হাই অ’ হেলেং পেলেং বিচনা
ফটা কম্বল দলিচা
ফটা কম্বল দলিচা
শুবলৈ পাৰিবা জানো
মোৰে মানুহ্জনী দিপিকা
ঐ মোৰে মানুহ্জনী দিপিকাজনী
ও ও ও ও ওহো হো হো হো
ও ও ও ও ওহো হো হো হো
ৱাৰ্দ মেম্বাৰৰ জী্য়েকৰ চাইকেলখন
ঘতং ঘতং বাজে মদগাৰখন
ৱাৰ্দ মেম্বাৰৰ জী্য়েকৰ চাইকেলখন
ঘতং ঘতং বাজে মদগাৰখন
ঐ এনাই গাওঁতে দেখা পাই
সপি দিলো মোৰ হিয়াখন
হাই ঐ ছোৱালীবোৰ ধুনী্য়া
মৰমনো আলসুৱা
হাই ঐ ছোৱালীবোৰ ধুনী্য়া
মৰমনো আলসুৱা
গোটেই জীৱ্ন সুখেৰে ৰাখিম
তুমি হলে মোৰ লগৰীয়া
ঐ তুমি হলে মোৰ লগৰীয়াজনী
তুমি হলে মোৰ লগৰীয়াজনী
তুমি হলে মোৰ লগৰীয়াজনী