Thakim Tumar Hote Hukhot Lyrics

 

Thakim Tumar Hote Hukhot Lyrics


Song: Thakim Tumar Hote Hukhot

Singer: Meghali Borokha, Joy Nirvan

Thakim Tumar Hote Hukhot Lyrics 


দুটি জীৱ্নৰে এখনি  তুলুঙা নাওঁ 

তুমি য’তেই যোৱা মইও লগতে যাওঁ

আমি সজালোঁ চকুতে চকু থৈ

সপোন এটি তাতেই তুমি মই 

তোমালৈ মৰম জাগে 

তোমালৈ চেনেহ জাগে

তোমাক পালে সঁচাকৈ  

একোৱেই চোন নালাগে

তোমালৈ মৰম জাগে

তোমালৈ চেনেহ জাগে 

তোমাক পালে সঁচাকৈ  

একোৱেই চোন নালাগে 

AssameseLyrical.com

জান ঐ জান  ঐ..

জান  ঐ জান  ঐ..

জান  

জান  ঐ জান  ঐ..

জান  ঐ জান  ঐ

জান

থাকিম তোমাৰ স’তে সুখত 

মৰিলেও ভোকত

সেইয়া মানি লম ! 

বান্ধিম প্ৰেমৰ এনাজৰী

দুহাত ধৰি ধৰি বুঢ়া বুঢ়ী হ’ম

তুমিও আছা সেয়ে আছোঁ 

তোমাৰ আৰু মোৰ এখনেই হৃদয়

তোমালৈ মৰম জাগে 

তোমালৈ চেনেহ জাগে 

তোমাক পালে সঁচাকৈ 

একোৱেই চোন নালাগে 

তোমালৈ মৰম জাগে 

তোমালৈ চেনেহ  জাগে

তোমাক পালে সঁচাকৈ 

একোৱেই চোন নালাগে 

জান ঐ জান  ঐ

জান ঐ জান  ঐ.

জান…

জান ঐ জান   ঐ

জান ঐ জান  ঐ

জান