Nilanjana Lyrics |
Song: Nilanjana
Singer: Papon
Lyrics: Jananjoy Saikia
Nilanjana Lyrics
নিজানৰ এটি অবুজ কোলাহলে
বান্ধি ৰাখে দুটি মন
দুচকুতে আছিলো সজাই
ভাল লগা এটি ক্ষন
সুৰ বোৰে তাতেই ভেজা লাগি
মৌনতা হয় উজাই
খুজি খুপি বুকুতে বহি ৰয়
কিনো বাহিন বজাই
নীলাঞ্জনা… মোৰ আকাশৰ ফাগুন চুৱানা
এটি সুৰ পলাশৰ পৰিশৰ জাজাবৰ…
ফাগুনৰে দুপৰিয়া
তাতে এজাক বতাহ
চিলা হৈ উৰি ফুৰা
যেন তুমাক চুমি হে যায়
বতাহত নাচে তাই
চিঙিও চিঙা নাই
ধৰাৰে অজুত আভিমান
AssameseLyrical.com
নীলাঞ্জনা… মোৰ আকাশৰ ফাগুন হোৱানা
এটি সুৰ পলাশৰ পৰিশৰ জাজাবৰ…
মৰমৰে দুতি পখিলা
গোলাপৰে পাহিতে বহি
কতজে সানিচে ৰং
উলাহতে নাচে তাই
ভাগৰিও ভাগৰা নাই
অভিনয় কি যে নেজানে তাই
নিজানৰ এটি অবুজ কোলাহলে
বান্ধি ৰাখে দুটি মন
দুচকুতে আছিলো সজাই
ভাল লগা এটি ক্ষন
সুৰ বোৰে তাতেই ভেজা লাগিল
মৌনতা হৈ উজাই
খুজি খুপি বুকুতে বহি ৰয়
কিনো বাহিন বজায়
নীলাঞ্জনা… মোৰ আকাশৰ ফাগুন চোৱানা
এটি সুৰ পলাশৰ ..পৰিসৰ জাজাবৰ