Song: Mure Jibonore (মোৰে জীৱনৰে)
Singer: Jyoti Prasad Agarwala
Mure Jibonore Lyrics |
মোৰে জীৱনৰে সখা কৃষ্ণ
বজাৱ কি সুৰে বেণু?
কপালতে তোৰ কোনে আঁকি দিলে
ইন্দ্ৰধনু ।
পুঁৱতি নিয়ৰে সানে চৰণতে
শুকুলা মুকুতা ৰেণু
শ্যামল গাতে কোনে
চন্দন পিন্ধালে ?
অ’ তোৰ ফুল কুমলীয়া তনু
বজাৱ সোণৰে বেণু কৃষ্ণ তই
বজাৱ সোণৰে বেণু ।
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি ।।