Poem: Xuoroni Jogai (সোঁৱৰণী জগাই)
Poet: Kuladhar Rabha
Xuoroni Jogai Poem |
Xuoroni Jogai Poem:—
সোঁৱৰণী জগাই বুকুত শিহৰণ
নুবুজা এক স্বপ্ন কৰুণ
অমৃতময় তোমাৰ ভাৱনাই
দিলেহি বুকু খন্দুৱাই
এক বুজা- নুবুজা ভাৱনা ।
থৈ গ’ল মোৰ হৃদয়ত
ছবি আঁকি
শ্যামল তূলিকাৰে,
এক নেদেখা পৰিহাৰ্য দৃশ্য ।