Aji Puwaoti Kihore Aaroti Lyrics By Jyoti Prasad Agarwala

Song: Aji Puwaoti Kihore Aaroti (আজি পুৱতি কিহৰে আৰতি )

Singer: Jyoti Prasad Agarwala

Drama: Nimati Koina 



Aji Puwaoti Kihore Aaroti Lyrics
Aji Puwaoti Kihore Aaroti Lyrics

Aji Puwaoti Kihore Aaroti Lyrics:—

আজি পুৱতি
কিহৰে আৰতি 
কি নবীন বীনা বাজে….
পোহৰৰ বাটে বাটে
হে মৌন অতিথি !

আহিলা কি অভিনৱ সাজে ?
নিদ্ৰিত নৱতম পৃথিৱী জানো
(তোৰ) বৰ্ষনক্ষৰিত সেই
জ্যোতি-প্ৰভাততে
পুন্য স্নান কৰি

নবীন দিনৰ নৱজীভন মাগে,
বিশ্বজনতা জানো
পোহৰৰ বাটে বাটে
হে মৌন অতিথি
আহিলা কি অভিনৱ সাজে !!