Akaxor Junbai Lyrics – Gitanjali Das

Akaxor Junbai Lyrics – Gitanjali Das is the latest Assamese song with music given by Tarun Tanmoy. Akaxor Junbai Lyrics are written by Sameer Shekhar.

Akaxor Junbai Song Details:

Song:Akaxor Junbai
Singer(s):Gitanjali Das
Musician(s):Tarun Tanmoy
Written by:Sameer Shekhar
Label(©):Gitanjali Das

Akaxor Junbai Lyrics

আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…

মৰমৰে ভৰষাই
মৰমকে নিচুকায়
এপলক চাৱনিতে
বুকুতে দহি যায়…

অভিমান অভিমানী হৈ পৰো

আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়..

দূৰ সীমা জুখিয়ে চাওঁ
কিজানি তোমাক পাওঁ
মোৰো হিয়াক শুধিয়ে চাওঁ
উশাহে নিশাহে পাওঁ

হা… দূৰ সীমা জুখিয়ে চাওঁ
কিজানি তোমাক পাওঁ
মোৰো হিয়াক শুধিয়ে চাওঁ
কাষৰতে দেখা পাওঁ

অভিমান অভিমানী হৈ পৰো

আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱা …

প্ৰতি নিশা ভাগে হিয়া
সময়ৰ অজুহাতত
কথা দিয়া ভালপোৱা
থাকিব আমাৰ মাজত

হা… প্ৰতি নিশা ভাগে হিয়া
সময়ৰ অজুহাতত
কথা দিয়া ভালপোৱা
থাকিব আমাৰ মাজত

অভিমান অভিমানী হৈ পৰো

আকাশৰে জোনেবাই
আকাশেদি উৰি যায়
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…
পলকতে সপোন আঁকি
ডাৱৰত লুকুৱায়…

Akaxor Junbai Song Video

Who wrote the lyrics of the “Akaxor Junbai” song?

Sameer Shekhar has written the lyrics of “Akaxor Junbai”.

Who is the singer of the “Akaxor Junbai” song?

Gitanjali Das has sung the song “Akaxor Junbai”.

Who gave the music for the “Akaxor Junbai” song?

Tarun Tanmoy has composed the music for the song “Akaxor Junbai”.

We Hope You Liked the Akaxor Junbai Lyrics – Gitanjali Das, If You Found Mistakes in the Lyrics “Akaxor Junbai Lyrics – Gitanjali Das” kindly Submit Us With the Correct Akaxor Junbai Lyrics – Gitanjali Das Song! Thanks for visiting our Lyrics App!