Amare Xokhiya Aakul Biyakule Lyrics By Jyoti Prasad Agarwala

Song: Amare Xokhiya Aakul Biyakule (আমাৰে সখিয়া আকুল বিয়াকুলে)

Singer: Jyoti Prasad Agarwala

Bondhu Xundor Lyrics
Bondhu Xundor Lyrics

Bondhu Xundor Lyrics:—

আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই!

দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই ৷
ফাগুনৰ বতাহে গাতে ছাটি মাৰে…
গাতে ছাটি মাৰি যায়

(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰে গাতে উৱাদিহে নাই ৷৷