Boroxun Lyrics by Achurjya Borpatra is the latest Assamese song. The song lyrics were written by Achurjya Borpatra. Music is given by Pranoy Dutta. Featured Sunita Kaushik, Achurjya Borpatra. Music video directed by Suvrat Kakoti.
Boroxun Lyrics
আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি
কি নূপুৰ বাজে ৰুন জুন
কি কথা পাতে গুন-গুন
কি নূপুৰ বাজে ৰুনজুন
কি কথা পাতে গুন-গুন
মেঘে মেঘে ৰদালিৰ নাচন
সেমেকা ছবিবোৰো হ’ল ৰঙীণ ৰঙীণ
আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি
অচিনাকি লগা সপোনো
আজি চোন কাষতে চিনাকি
পোৱা নোপোৱা ৰ বহুতো
আজি চোন হঠাতে ই কাহিনী
টোপাল টোপাল মৰমেৰে
ঘৰ সাজিব দিয়া
আপোন আপোন লাগি থকা প্ৰতিটো উশাহতে
নতুন নতুন হেঁপাহ বোৰৰ
কিনো আকুলতা
আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি
কি নূপুৰ বাজে ৰুন জুন
কি কথা পাতে গুন-গুন
কি নূপুৰ বাজে ৰুনজুন
কি কথা পাতে গুন-গুন
মেঘে মেঘে ৰদালিৰ নাচন
সেমেকা ছবিবোৰো হ’ল ৰঙীণ ৰঙীণ
আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি
Written by:
Achurjya Borpatra
[addtoany]
“Boroxun” Track Info:
Song | Boroxun |
Singer | Achurjya Borpatra |
Lyrics | Achurjya Borpatra |
Music | Pranoy Dutta |
Cast | Sunita Kaushik, Achurjya Borpatra |
Director | Suvrat Kakoti |
Language | Assamese |
Music Label | Achurjya Borpatra Official |