Biswa Bijoy Nabajuwan Lyrics | বিশ্ববিজয়ী নৱ জোৱান | Bhupen Hazarika
Song: Biswa Bijoy Nabajuwan (বিশ্ববিজয়ী নৱ জোৱান) Singer: Bhupen Hazarika Biswa Bijoy Nabajuwan Lyrics:— বিশ্ববিজয়ী নৱ জোৱান বিশ্ববিজয়ী নৱ জোৱান শক্তিশালিনী ভাৰতৰ ওলাই আহাঁ, ওলাই আহাঁ সন্তান তুমি বিপ্লৱৰ সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুচিয়াৰ মৃত্য়ু বিজয় কৰিব লাগিব …