Dangkai Pagala Hol Lyrics – Zubeen Garg & Swapnil Bharadwaj

Dangkai Pagala Hol Lyrics, sung by Zubeen Garg & Swapnil Bharadwaj. Lyrics pinned by Jayanta Sonowal. Music by Prokash Bhaimoni.

Song Credits 

  • A.B Production presents DANGKAI- pagala hol
  • Singer- Zubeen Garg & Swapnil Bharadwaj
  • Music & Concept- Prokash Bhaimoni
  • Music Arrangement- Jayanta Sonowal
  • Lyrics- Jayanta Sonowal
  • Mix & Master- Jintu Bordoloi
  • Starring – Priyam Pallabi, Gunjan Bharadwaj & Swapnil Bharadwaj
  • Label: Dhwani Records

DANGKAI Pagala Hol Lyrics

এ সৰুতে ইশ্বৰে

কেলৈ নামাৰিলে ঐ…

হে পুতি থলেহেতেন গাতত…

ঐ এতিয়া ইশ্বৰে

যাতনাত ভগাইছে

ঐ এনেহেন যৌৱনৰ কালত

কেতিয়াবা বেজাৰত

কেতিয়াবা বেজাৰত

আঘাত লাগে অন্তৰত

গজালি হৈ সুমাম গৈ

শিৱ দৌলৰ ভিতৰত (২)

এ দাংকাই তলৈকে আছু চাই

এ দাংকাই বয়স যায় ভনিয়াই

এ দাংকাই কিনো ভাবি থাকো তই

এ দাংকাই ৰৈ থাকিব সময় নাই

মা-দেউতাকৰো বয়স হ’ল

বোৱাৰী এজনী লগা হ’ল

মোকো সচাঁই দাংকাই ঐ

নবৌ এজনী লগা হ’ল

দাংকাই দাংকাই দাংকাই ঐ…

তোৰ কি হৈছে সচাঁ কৈ ক’

ভাইটি মোৰ জীৱনত

বিৰহৰ কাহিনী

ভাইটি তোৰে আগত

নেমেলো পাতনি

জালুকবাৰীত পঢ়োতে

পাইছিলো লগ এজনী

সেইজনী অ গুচি গ’ল

মোকে বহুতো আশা দি

আশা আশা কৈয়ে

ৰব মোৰ কিজানি

জীৱন লগৰী মোৰ

মনৰ বিহংগিনী

ভাইটি ভাইটি ভাইটি ঐ…

তয়ে ল এজনী

তয়ে ল এজনী আনি

দাংকাই পগলা হ’লে ঐ

দাংকাই পগলা হ’লে ঐ

মৰমৰ ৰগেৰে শুলে তাক

বুকুতে বিন্ধি গ’ল

দাংকাই ইমান পঢ়ি শুনি

দাংকাই কিনো তই হৈ গলি

দাংকাই আমাৰে ঐ আশাতে

এ দাংকাই ধালিলি চেচাঁ পানী

সপোন সপোন হৈয়ে ৰ’ল

ভবা কথা মিছা হ’ল

আমাৰে ঐ সপোনবোৰ

বতাহতে উৰি গৈ

দাংকাই দাংকাই দাংকাই ঐ…

আজি সচাঁকৈ পগলা

সচাঁকৈ পগলা হ’ল

ভাইটি মোৰ জীৱনৰ

মেলো যদি পাতনি

সেইখনি প্ৰেম উপন্য়াস হ’ব

যে কাহিনী

সেইখনি ঐ উপন্য়াস

লিখি পেলাম কিজানি

যিজনীয়ে পঢ়িব

হ’ব তাই পাগলী

গুচি যাম গৈ সচাঁকৈ

ঘৰৰ মায়া এৰি

হমে গৈ ভাইটি ঐ

শিৱ দৌলৰ পুজাৰী

ভাইটি ভাইটি ভাইটি ঐ…

মাঁ-দেউতাক তয়ে নো চাবি

দাংকাই পগলা হ’লে ঐ

দাংকাই পগলা দাংকাই পগলা হ’ল ।

Music Video Of Dangkai Pagala Hol Song

We Hope You Liked the Dangkai Pagala Hol Lyrics – Zubeen Garg & Swapnil Bharadwaj, If You Found Mistakes in the Lyrics “Dangkai Pagala Hol Lyrics – Zubeen Garg & Swapnil Bharadwaj” kindly Submit Us With the Correct Dangkai Pagala Hol Lyrics – Zubeen Garg & Swapnil Bharadwaj Song! Thanks for visiting our Lyrics App!