Dheere Dheere Lyrics In Assamese, sung by Gitali Devi. Music & Mix by Dipkesh Borgohain. Lyrics penned by Bhaskar Jyoti.
Song Credits
- Song – DHEERE DHEERE
- Singer – Gitali
- Lyricist – Bhasskar Jyoti
- Tune – Gitali
- Music & Mix Master- Dipkesh Borgohain
- Cast – Joy Kashyap, Gitali, Aswini Kumar Bhuyan, Mayuri Devi
- Direction & Editing – Suvrat Kakoti
- Label: GITALI DEVI OFFICIAL GITTALI
Dheere Dheere Lyrics In Assamese
ধীৰে ধীৰে ঘূৰি চোৱানা এবাৰ
দুচকুতে কিনো যাদু তোমাৰ
এধানি এধানি মৰম
অভিমানী সাগৰ এখন
পলকতে মৰো মৰো
তোমাৰ মৰমত …
গুণ গুণ প্ৰণয়ৰে ৰুন জুন নুপুৰৰে
মোৰ বুকুতে বাজে
শুনা এবাৰলে আহানা কাষৰলে
সাঁচি থম মোৰ হিয়াতে
এধানি এধানি মৰম
অভিমানী সাগৰ এখন
পলকতে মৰো মৰো
তোমাৰ মৰমত …
তোমাৰ পৰশতে কলিজা মোৰ কপিছে
ফাগুনি পছোৱা বলিছে
তোমাৰ অধৰতে চুমা আঁকি দিয়া
বাসনা মোৰ জাগিছে
এধানি এধানি মৰম
অভিমানী সাগৰ এখন
পলকতে মৰো মৰো
তোমাৰ মৰমত …
[crp]
Music Video Od Dheere Dheere Song
We hope you enjoyed the lyrics of “ধীৰে ধীৰে ঘূৰি চোৱানা Dheere Dheere Lyrics – Gitali Devi |.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!
Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: