Gahori Bepari Lyrics Full, sung by Subhneel. Published On 12th January 2021. Latest Assamese Song. Lyrics by Raag Parag. Music by Bhaskar Neelom.
Song Credits
- Singer..Subhneel
- Lyrics Tune…Raag Parag
- Music Mix/Mastering..Bhaskar Neelom
- Video Director..RINTU CHOUDHURY
- Cast..ARUN HAZARIKA.. PAPORI BORA.. KISHOR DAS. PRITY KONGKONA.SUBHNEEL PUJA LAHON
- Label: Dhwani Music
Gahori Bepari Lyrics Full
ঐ জান আঠুৱা চায়
ঠেং মেলিবি
ঐ জান জোখতকৈ
বেছি কথা নকবি
নকবি
ঐ যেন আঠুৱা চায়
ঠেং মেলিবি
ঐ জান জোখতকৈ
বেছি কথা নকবি
নকবি
ঐ তোৰে মৰম পাবলৈ
মই পাৰে হমে দিখৌ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
ঐ little little
দৰিকণা in my নলা
কেইবা জালু মাৰিলো
Ek ভি Nehi Mila
Little little mosquito
Cutting my body
Because my জান
আঠুৱা খন চুটি
Because my জান
আঠুৱা খন চুটি হয়
ঐ জানৈ নলোৱা কটাৰী
জানৈ আনিমেই আজুৰি
জানৈ মেচিদা জোকাৰি
জানৈ খুজিমে গৈ
আনিমে গৈ তোক
ঐ মইনা মোলৈয়ে নিদিলে
ঐ জান তুকে জে সঁচায়ে
ঐ জান দেখুৱাই দিম
দেখুৱাই দিম বিহু
ঐ তোৰে মৰম পাবলে
মই পাৰে সমে দিখৌ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
বালিঘট নাজিৰা
বিচাৰি বিচাৰি
ঐ তোৰে মৰমতে
সমে গৈ অঘৰী
ঐ বালিঘট নাজিৰা
বিচাৰি বিচাৰি
ঐ তোৰে মৰমতে
সমে গৈ অঘৰী
ঐ তোৰে মৰম পাবলে
মই পাৰে সমে দিখৌ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ..।
[crp]
Music Video Of Gahori Bepari Song