Hopun Paror Moi Lyrics By Jyoti Prasad Agarwala

Song: Hopun Paror Moi (সপোন পাৰৰ মই)

Singer: Jyoti Prasad Agarwala

Hopun Paror Moi Lyrics
Hopun Paror Moi Lyrics

Hopun Paror Moi Lyrics:—

সপোন পাৰৰ মই সপোন কুঁৱৰী

অমিয়া মাধুৰী মই আনো বিচাৰি

মই যে মায়াবিনী মই যে কুহকিনী

হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি

সুখ দুখ কত চাওঁ

হাঁহো মৃদু মৃদু কৰি ।।