HORINI NAYANA Lyrics by Mrityunjoy Kakati is the latest Assamese song. The song lyrics were written by Mrityunjoy Kakati. Music is given by Rup.
HORINI NAYANA Lyrics
Nee valu kanula chopu,
Na Madini Taake ne…!
Nee madhura gnapakam,
Na madilo meligene…!
কাজলসনা দুচকুৰে কিনো মায়া সানিলা
উৰেনিশা তুমি মোকে উজাগৰে ৰাখিলা
সৰলমনা মুখনিৰে নাই কোনো উপমা
বুজিবৰে মন তোমাৰ হৃদয়ৰে বতৰা
কাজলসনা দুচকুৰে কিনো মায়া সানিলা
উৰেনিশা তুমি মোকে উজাগৰে ৰাখিলা
সৰলমনা মুখনিৰে নাই কোনো উপমা
বুজিবৰে মন তোমাৰ হৃদয়ৰে বতৰা
তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা
তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা
এজাৰবুলীয়া হাঁহিটি তোমাৰ
শেৱালী যেন লাগে শাৰদী নিশাৰ
এজাৰবুলীয়া হাঁহিটি তোমাৰ
শেৱালী যেন লাগে শাৰদী নিশাৰ
ময়ূৰৰ পাখী যেন লগা চুলিতাৰী
মেলি দি এৰানা লাজৰে উৰণী
চকুৰে কি কথা ক’ব খোজা তুমি
জানিবৰ মন যায় সাৰে থকা ৰাতি
তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা
তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা
Written by:
Mrityunjoy Kakati
[addtoany]
“HORINI NAYANA” Track Info:
Song | HORINI NAYANA |
Singer | Mrityunjoy Kakati |
Lyrics | Mrityunjoy Kakati |
Music | Rup |
Language | Assamese |
Music Label | Mrityunjoy Kakati |