Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics | Neel Akash

Song Name: Ishwar Oi (Bogi Bogi) | বগী বগী
Singer Name: Neel Akash


Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics:-

বগী বগী ছোৱালী হাঁই ঐ হাঁই,
মিচিকি হাঁহিৰে খুলি খুলি খাই,
মৰম লগাই আছিলা মোলৈ চাই,
দিছা নেকি বুকুতে ঠাই…
বগী বগী ছোৱালী হাঁই ঐ হাঁই,
মিচিকি হাঁহিৰে খুলি খুলি খাই,
মৰম লগাই আছিলা মোলৈ চাই,
দিছা নেকি বুকুতে ঠাই…
এ মইনা লাগে যদি কোৱানা,
গঢ়াই দিম মই গহণা,
আৰু যদি লাগেনো দিম,
মোৰে কুমল কলিজা,
হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে…..
হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে…..
জান ঐ এধানি এবানি,
কৰিলা হিয়াখনি,
কলৈ যাং কি কৰোং লাগে,
বুকু খন চপৰা চপৰে ,
খহিচে যেনে কৰি,
বেছি দিন নাথাকিম চাগে,
এ মইনা তাকে ভাবি চোৱানা,
মনৰ যিহে যাতনা,
আধাতেই নাভাঙিবা দেই,
মোৰে কোমল ক’লিজা…
হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে……
আই ক’লা ক’লা,
জানৈ পিতাই ক’লা ক’লা,
জানৈ মই ধোৱাঁচাঙৰ,
মই ধোৱাঁচাঙৰ গঢ়,
কৰবাত কেনেবাক
জানৈ দেখি পাব লাগিলে,
জানৈ ভালুক বুলি নিদিবা,
ভালুক বুলি নিদিবা লৰ…
এ মইনা লাগে যদি কোৱানা,
গঢ়াই দিম মই গহণা,
আৰু যদি লাগেনো দিম,
মোৰে কুমল কলিজা…
হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে……
হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে……