Jajabori Priya Lyrics by Dikshu Sarma. Published on 5th July 2018. Super Hit Assamese Theatre Song. Theatre Surjya 2018-19.

Audio Credits 

  • Drama – Moromor Sadagar
  • Producer – Munindra Baraman
  • Song – Jajabori Priya
  • Singer – Dikshu
  • Lyrics/Music – Ajoy Phukan
  • Music Producer – Palash Gogoi
  • An Uday Sankar Choreography
  • Asst. Kaku
  • Cast – Utpal Das, Sanjib, Munmi
  • Costume – Diplu & Pallavi
  • Make-up – Abhijit
  • Cinematography – Nagen Baishya
  • Editing – Niranjan Gogoi
  • Label: AC MULTIMEDIA

Jajabori Priya Lyrics in Assamese

যাযাবৰী প্ৰিয়া মোৰ যাযাবৰী প্ৰিয়া মোৰ..
বুকুতে ৰোৱানা বুকুতে ৰোৱানা…

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰে ছাঁয়া
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম…
জোনাকতো ৰ’ম এন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম…

You are not alone
You are not alone…

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া…

প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ

অ’…অ’…অ’…
প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ

জীৱনতো ৰ’ম মৰণতো ৰ’ম
উজাৰি দিলোঁ জীৱন
তোমাৰে হ’ম কাষতে ৰ’ম
জনমে জনম…

You are not alone
You are not alone…

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া…

জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে…

You are not alone…
You are not alone…

অ’…অ’…অ’…
জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে…
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম…
জোনাকতো ৰ’ম এন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম…

You are not alone
You are not alone…

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া…৷

Music Vedio Of Jajabori Priya Song

We hope you enjoyed the lyrics of “Jajabori Priya Lyrics (Full) | Dikshu | Theatre Surjya 2018-19 |.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!

Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: