Song: Jiya Jiya (জীয়া জীয়া)
Singer: Babu Baruah
Jiya Jiya Lyrics |
Jiya Jiya Lyrics:—
অ’ জীয়া জীয়া মৰমতে
জীয়া জীয়া নৈ
অ’ ৰিঙা ৰিঙা মন মোৰ
ৰঙা ৰঙা হ’ল
অ’ মনৰে কথা খুলিও নক’লা
এ মনে মনে সোমালা মোৰে হিয়াৰে মাজত
অ’ জীয়া জীয়া মৰমতে
জীয়া জীয়া নৈ ।
অ’ মনৰে মৰম বুজানে নুবুজা
চুব খোজিলে চুবও নিদিয়া
অ’ দুৰু দুৰু কঁপিব
ধৰিছে হিয়া
বুকুতে বাজিছেচোন
উলাহৰ মালা
মনৰে কথা খুলিও নক’লা
এ মনে মনে সোমালা মোৰে হিয়াৰে মাজত
অ’ জীয়া জীয়া মৰমতে
জীয়া জীয়া নৈ
অ’ ৰিঙা ৰিঙা মন মোৰ
ৰঙা ৰঙা হ’ল ।
পিছে পিছে মই
ঘূৰিলোঁ দিন ৰাতি
ল’বানে সাৱটি
দুহাতে আঁজোৰি
অ’ লাহে লাহে ঢাকিবা
লাজৰে চকু
কঁপি কঁপি থবা মোৰ
বুকুতে বুকু
মনৰে কথা খুলিও নক’লা
এ মনে মনে সোমালা মোৰে হিয়াৰে মাজত
অ’ জীয়া জীয়া মৰমতে
জীয়া জীয়া নৈ
অ’ ৰিঙা ৰিঙা মন মোৰ
ৰঙা ৰঙা হ’ল ।।