Kun Hobo Lyrics by Neel Akash & Barsha Borah. Lyrics pinned by Rahul Dey Das. Music by Anupam Konwar. Composed by Prabin Borah. Featuring Kamal Lochan & Anju Dahal.
Song Credits
- Song: Kun Hobo
- Singers: Neel Akash & Barsha Borah
- Lyricist: Rahul Dey Das
- Music: Anupam Konwar
- Cast: Kamal Lochan, Anju Dahal,
- Direction: Pranab Bharali
- Label: Atlas Creation
Kun Hobo Lyrics In Assamese
কোন হ’ব
মোৰ বাবে
তোমাৰ দৰে
কোন আছে
মোৰ বাবে
তোমাৰ দৰে
কাষলে আহা না
জীয়া মৰম আছে জানা
দিবলে হিয়াৰে
প্ৰিয়া মন
ডুবিব খোজে জানা
বাৰে বাৰে তোমাতে
হিয়া মন
শোৱ খোজে শুনা
প্ৰতিদিনে তোমাতে
কোন হ’ব
মোৰ বাবে
তোমাৰ দৰে
কোন আছে
মোৰ বাবে
তোমাৰ দৰে
তুমি আৰু মই
আমি হোৱা
অভিনয়ৰে আবেলি
লাগে চোন আজি
অময়া যেন ৰাগি
তুমি আৰু মই
দূৰ হোৱা
ভাওনাৰে বাকৰি
হ’ল চোন আজি
সময়ৰে অঘৰী
উশাহ নিশাহ
হিম হয় ভাবি
এৰি অহা দিন
বাগৰিলে কেনি
তুমিয়েই মোৰ
আদি অনাদি
কোন আছে
মোৰ বাবে
তোমাৰ দৰে
কোনো নাই
মোৰ বাবে
তোমাৰ দৰে
কাষলে আহা না
জীয়া মৰম আছে জানা
দিবলে হিয়াৰে
প্ৰিয়া মন
হাঁহিব খোজো জানা
খোজে খোজে তোমাৰে
হিয়া মন
হ’ব খোজো শুনা
যুগে যুগে তোমাৰে
কোন হ’ব
মোৰ বাবে
তোমাৰ দৰে
কোন আছে
মোৰ বাবে
তোমাৰ দৰে
কোনো নাই
মোৰ বাবে
তোমাৰ দৰে
Kun Hobo Lyrics In English
Sa Sa Ni Sa, Sa Sa Ni Sa
Kun Hobo Mur Babe Tumaar Dore
Kun Aase Mur Babe Tumaar Dore
Kaxole Aahana Jiya
Morom Ase Jana Dibole Hiyaare
Piya Mon Dubi Bo Khuje Jaana
Bare Bare Tumaate Hiya Mon
Hubo Khuje Kulaat
Proti Dine Tumaate
Kun Hobo Mur Babe Tumaar Dore
Kun Aase Mur Babe Tumaar Dore
Tumi Aaru Moi Aami Huwa
Abhinoyore Aabeli Lage Sun
Aaji Omoya Jen Raagi
Tumi Aru Moi Duur Huwa
Bhawonare Bakorit Huwa Sun
Aaji Homoyore Oghori
Uxah Nixah Hey Kotha Bhabi
Ari Oha Din Bagori Le Teri
Tumiyei Mur Aji Ona Din
Kun Aase Mur Babe Tumaar Dore
Kunu Nai Mur Babe Tumaar Dore
Kaxole Aahana Jiya Morom
Ase Jana Dibole Hiyaare
Piya Mon Hahibo Khuju Jana
Khuje Khuje Tumare
Hiya Mon Hobo Khuju Xuna
Juge Juge Tumare
Kun Hobo Mur Babe Tumaar Dore
Kun Aase Mur Babe Tumaar Dore
Kunu Nai Mur Babe Tumaar Dore
Kunu Nai Mur Babe Tumaar Dore
Music Video Of Kun Hobo Song