Song: Kun Meghor Xun Hoi Borokhun (কোন মেঘৰে সোণ হৈ বৰষুণ)
Singer: Ipsita Hazarika
Kun Meghor Xun Hoi Borokhun Lyrics |
Kun Meghor Xun Hoi Borokhun Lyrics:—
{কোন মেঘৰে সোণ হৈ বৰষুণ} <------2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <-----2
ৰুণ জুণ জুণ <-----2 ...
{কোন মেঘৰে সোণ হৈ বৰষুণ} <-----2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <----2
ৰুণ জুণ জুণ <-----2
{পদূলিৰে জবা জুপিত অকণি কলি তোৰে কোমল পৰশ লাগি উঠিলে ফুলি} <-----2
{পখী আহি গীত গালে ডালতে পৰি} <-----2
গুণ গুণ গুণ <-----2
{কোন মেঘৰে সোণ হৈ বৰষুণ}<-----2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<-----2
ৰুণ জুণ জুণ<-----2
{বৰষুণৰ পৰশ লাগি সুৰুযে দিলেহি আঁকি আকাশতে সাত ৰঙৰে ৰামধেনু খনি}<-----2
{বৰষুণে পৰশিলে মোৰে মনটি সাত ৰঙৰে ৰাঙলী হ’ল হিয়াখনি}<----2
পখী হৈ গীত গাম ডালতে পৰি যেন পখী হৈ গীত গাম ডালতে পৰি গুণ গুণ গুণ<-----2
{কোন মেঘৰে সোণ হৈ বৰষুণ}<-----2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<-----2
{কোন মেঘৰে সোণ হৈ বৰষুণ}<----2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<----2
ৰুণ জুণ জুণ অ ৰুণ জুণ জুণ ৰুণ জুণ জুণ…..