MAYA Lyrics by Bhargav Pall is the latest Assamese song. The song lyrics were written by Abhinava Nath. Music is given by POKETO.
MAYA Lyrics
মোৰ হৃদয়ৰে বিৰহি জোনাক
কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ
কিয় অজানিতে চিকিমিকি তৃষা
আঁকি নয়নতে নানাৰঙী আশা
হেঁপাহে দিয়া শবদৰ ছায়াত
উমলিব দিয়া অমানিশাত
মৰমে সনা তৰালী নিশাত
জিলিকি থকা মোৰে জিঞা
মোৰ হৃদয়ৰে বিৰহি জোনাক
কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ
কিয় অজানিতে চিকিমিকি তৃষা
আঁকি নয়নতে নানাৰঙী আশা
বৈ যোৱা মায়াৰ ধৰাত বাখৰ হিয়াৰ আল্পনাত
হৈ আহা সুৰৰ কায়াত নীলিম সপোন ভালপোৱাৰ
অজলা পখীতি হৈ লবাহি জিৰণি ঐ
তমসা বুকুতে লৈ ন’ৰবা উদাসী হৈ
অজলা পখীতি হৈ লবাহি জিৰণি ঐ
তমসা বুকুতে লৈ ন’ৰবা উদাসী হৈ
হেঁপাহে দিয়া শবদৰ ছায়াত
উমলিব দিয়া অমানিশাত
মৰমে সনা তৰালী নিশাত
জিলিকি থকা মোৰে জিঞা
এতিয়া তুমিয়েই প্ৰেৰণা
তোমাতেই বিলীন মোৰ সাধনা
Written by:
Abhinava Nath
[addtoany]
“MAYA” Track Info:
Song | MAYA |
Singer | Bhargav Pall |
Lyrics | Abhinava Nath |
Music | POKETO |
Language | Assamese |
Music Label | Anuranan Music |