মনৰে দাপোনতে Monore Dapunote Lyrics – Zubeen Garg |

Monore Dapunote Lyrics, sung by Zubeen Garg. Lyrics & Tune by Anup Baruah. This song is from “Hiyamon” Album.

Monore Dapunote Song Details

  • Song : MONORE DAPUNOTE
  • Album: HIYAMON
  • Singer: ZUBEEN GARG
  • Lyrics/Tune: ANUP BARUAH
  • Label: N.K. Production

Monore Dapunote Lyrics In Assamese

মনৰে দাপোনতে তুমি মইনা
লগাই খলকনি মোৰ মনত মইনা
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে উঠতে মই হাঁহি
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে উঠতে মই হাঁহি

নোৱাৰো ক’বলৈ মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা
ছল পাই বাটতে ভেটা দিব ফুৰিছা
মনৰে কথাবোৰ জানিব খো খোজিছা
ছল পাই বাটতে ভেটা দিব ফুৰিছা
মনৰে কথাবোৰ জানিব খো খোজিছা

পাহাৰে ভৈয়ামে বগাই মই আহিছো
তোমাৰে কাৰণে এনেখন কৰিছো
ছলাহী কথাৰে ভুলাব নালাগে
সৰগৰ পাৰিজাত দিব পাৰিবানে
তুমি ক’লে মইনা আনি দিম পাৰিজাত
মৰতত মেনকা পাৰিজাত কিয় তাত
তুমি ক’লে মইনা আনি দিম পাৰিজাত
মৰতত মেনকা পাৰিজাত কিয় তাত

নোৱাৰো ক’বলৈ মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা
ছল পাই বাটতে ভেটা দিব ফুৰিছা
মনৰে কথাবোৰ জানিব খো খোজিছা
ছল পাই বাটতে ভেটা দিব ফুৰিছা
মনৰে কথাবোৰ জানিব খো খোজিছা

যৌৱনত ভৰি দি বহুতো জানিছো
তোমাৰে নিচিনা ডেকাৰ মন বুজিছো
লোককে দেখুৱাই মৰমবোৰ নালাগে
সঁচা মৰম জাগে গোপনে গোপনে

তেনেকৈ নক’বা তুমি মোকে মইনা
সঁচাকৈ ভালে পাওঁ মনতে ৰাখিবা
তেনেকৈ নক’বা তুমি মোকে মইনা
সঁচাকৈ ভালে পাওঁ মনতে ৰাখিবা

মনৰে দাপোনতে তুমি মইনা
লগাই খলকনি মোৰ মনত মইনা
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে উঠতে মই হাঁহি
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে উঠতে মই হাঁহি

নোৱাৰো কব’লৈ মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা
ছল পাই বাটতে ভেটা দিব ফুৰিছা
মনৰে কথাবোৰ জানিব খো খোজিছা
ছল পাই বাটতে ভেটা দিব ফুৰিছা
মনৰে কথাবোৰ জানিব খো খোজিছা

মনৰে দাপোনতে তুমি মইনা
লগাই খলকনি মোৰ মনত মইনা
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে উঠতে মই হাঁহি
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে উঠতে মই হাঁহি

Lyrical Video Of Monore Dapunote Song

We Hope You Liked the মনৰে দাপোনতে Monore Dapunote Lyrics – Zubeen Garg |, If You Found Mistakes in the Lyrics “মনৰে দাপোনতে Monore Dapunote Lyrics – Zubeen Garg |” kindly Submit Us With the Correct মনৰে দাপোনতে Monore Dapunote Lyrics – Zubeen Garg | Song! Thanks for visiting our Lyrics App!