Motoliya 2.0 Lyrics By Sannidhya Bhuyan is the latest Assamese song. Motoliya 2.0 lyrics were written by Rajib Bhuyan. The music is given by Aarxslan. The music video featured Samiran Mohan and Perlene Bhesania.
Motoliya 2.0 Track Info:Song Motoliya 2.0 Singer Sannidhya Bhuyan Lyrics Rajib Bhuyan Music Aarxslan Cast Samiran Mohan and Perlene Bhesania
Motoliya 2.0 Lyrics
Song | Motoliya 2.0 |
Singer | Sannidhya Bhuyan |
Lyrics | Rajib Bhuyan |
Music | Aarxslan |
Cast | Samiran Mohan and Perlene Bhesania |
Hiyar baahir hur huana
Hurere diyana prerona
Hiyare haboti ruana
Premor ojut bakhona
premoor ojut bakhona
premor ojjut bakhona
Hiyar baahir hur huana
Hurere diyana prerona
Hiyare haboti ruana
Premor ojuut bakhona
Geetere hurere hiyare abegere
Prenoyor sobi akana
Monore hopun bur hobone puran mur
Dusokur bhakhar kuana
Geetere hurere hiyare abegere
Prenoyor sobi akana
Monore hopun bur hobone puran mur
Dusokur bhakhar kuana
Tumi mur monjyutsna
Hyridoyore hansohana
Tumi mur monjyutsna
Hyridoyore hansohana
Poranora kul kamona
Pahorai hiyar bedona
Hurere hitto karana
Ritto hiyar rosona
Poranora kul kamona
Pahorai hiyar bedona
Hurere hitto karana
Ritto hiyar rosona
Geetere hurere hiyare abegere
Prenoyor sobi akana
Monore hopun bur hobone puran mur
Dusokur bhakhar kuana
Geetere hurere hiyare abegere
Prenoyor sobi akana
Monore hopun bur hobone puran mur
Dusokur bhakhar kuana
Tumi mur monjyutsna
Hyridoyore hansohana
Tumi mur monjyutsna
Hyridoyore hansohana
Written By:
Rajib Bhuyan
Motoliya 2.0 Lyrics In Assamese
হিয়াৰ বাঁহীৰ সুৰ হোৱানা
সুৰেৰে দিয়ানা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱানা
প্ৰেমৰ অযুত বাসনা
প্ৰেমৰ অযুত বাসনা
প্ৰেমৰ অযুত বাসনা..
হিয়াৰ বাঁহীৰ সুৰ হোৱানা
সুৰেৰে দিয়ানা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱানা
প্ৰেমৰ অযুত বাসনা
প্ৰেমৰ অযুত বাসনা
প্ৰেমৰ অযুত বাসনা..
গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে
প্ৰণয়ৰ ছবি আকানা
মনৰে সপোন বোৰ হবনে
পূৰন মোৰ
দুচকুৰ ভাষাৰে কোৱানা
গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে
প্ৰণয়ৰ ছবি আকানা
মনৰে সপোন বোৰ হবনে
পূৰন মোৰ
দুচকুৰ ভাষাৰে কোৱানা
মোৰ মন জোষ্ণা
হ্ৰিদয়ৰে সাঁচ…না না
তুমি মোৰ মন জোষ্ণা
হ্ৰিদয়ৰে সাঁচ…না না
পৰানৰে কৰ কামনা
পাহৰাই হিয়াৰে বেদনা
ফুলেৰে সিক্ত কৰানা
ৰিক্ত হিয়াৰ ৰচনা
পৰানৰে কৰ কামনা
পাহৰাই হিয়াৰে বেদনা
ফুলেৰে সিক্ত কৰানা
ৰিক্ত হিয়াৰ ৰচনা
গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে
প্ৰণয়ৰ ছবি আকানা
মনৰে সপোন বোৰ হবনে
পূৰন মোৰ
দুচকুৰ ভাষাৰে কোৱানা
গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে
প্ৰণয়ৰ ছবি আকানা
মনৰে সপোন বোৰ হবনে
পূৰন মোৰ
দুচকুৰ ভাষাৰে কোৱানা
মোৰ মন জোষ্ণা
হ্ৰিদয়ৰে সাঁচ…না না
তুমি মোৰ মন জোষ্ণা
হ্ৰিদয়ৰে সাঁচ…না না
তুমি মোৰ মন জোষ্ণা
হ্ৰিদয়ৰে সাঁচ না
Written By:
Rajib Bhuyan