Nagini Suma Lyrics by Montu Moni Saikia. Published on 4th April 2019. Popular Assamese Song. Featuring with Rajib Kro, Dhruv Kashyap, Sunita, Aparajita & Montumoni. Lyrics Pinned by Luit Neel, Music By Polash Gogoi. An Uday Shankar Choreography, Drone by  Joydeep.

Audio Credits 

  • Song: NAGINI SUMA
  • Singer – Montumoni Saikia
  • Lyrics/Tune – Luit Neel 
  • Music – Palash Gogoi
  • Mixed Mastered – Diganta Bordoloi 
  • An Uday Shankar Choreography
  • Cinematographer – Krishna Shah
  • Drone – Joydeep
  • Editing – Niranjan Gogoi
  • Asst. Choreographer – Kaku
  • Make-up – Subhash & Diganta
  • Production Manager – Nayan
  • Still Photography – Rahul Boro
  • Costume – Diplu Hazarika
  • Featuring – Rajib Kro, Dhruv Kashyap, Sunita, Aparajita & Montumoni
  • Label : Montu Moni Saikia official

Nagini Suma Lyrics in Assamese

এহে নগাই দিলে নাগিনীক চুমা
পাহাৰৰ দাঁতিত গৈ
মইয়ো এজনীক ভালপাইছিলো
গাৱঁতে নো চাই লৈ
দুদিনৰ পিছত শুনিলো নগাই
নাগিনীকে লৈ গল
মোলৈ হে নিদিয়ে ডাঢ়িয়া
বাপেৰে দুখীয়া বুলি কৈ
সিদিনাৰ পৰা জাননে মইনা
মদ খাব শিকিলো
অলিয়ে গলিয়ে ঢলং পলং কৰি মই শিকিছো
এ হে হে হে এ…….
এ হে হে হে এ…….
এ হে হে হে এ…….
এ হে হে হে এ…….

বাৰে পতি ভাবনাতে অ মৰমী
তোৰে কথা ভাবি থাকো দিনে ৰাতি
সপোনতো দেখো জানৈ তোৰেহে ছবি
দিঠকতে আহি কিয় যাৱ আতৰি
মোৰ মৰমৰে নৈ
একা বেঁকা কৈ
কিয় যাব খোজে বৈ
তোৰে কাষলৈ
মোৰ মৰমৰে নৈ
একা বেঁকা কৈ
কিয় যাব খোজে বৈ
তোৰে কাষলৈ
এ হে হে হে এ…….
এ হে হে হে এ…….
এ হে হে হে এ…….
এ হে হে হে এ…….

তই এ মোৰ হৃদয়তে অ মৰমী
তোৰে বাদে কেচা মৰম যাব উমলি
নাভাবিলেও নোৱাৰো মই অ মৰমী
নকবিদেই নকবিদেই
বলিয়া বুলি
তোৰ প্ৰেমৰ আঙুলি খামুচি ধৰি
মই সাবটিলো মন তোলৈ এ বুলি
তোৰ প্ৰেমৰ আঙুলি খামুচি ধৰি
মই সাবটিলো মন তোলৈ এ বুলি
এ হে হে হে এ…….
এ হে হে হে এ…….
এ হে হে হে এ…….
এ হে হে হে এ…….

Music Vedio Of Nagini Suma Song

We hope you enjoyed the lyrics of “Nagini Suma Lyrics | MONTUMONI Saikia | EXCLUSIVE Song 2019 |.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!

Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: