Nasoni Dhuniya Lyrics

Nasoni Dhuniya Lyrics

Song: Nasoni Dhuniya

Singer: Jishu Raj

Nasoni Dhuniya Lyrics

ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা

আৰু যে ধুনীয়া

মুগা ৰিহা মেখেলা

 

ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা

আৰু যে ধুনীয়া

মুগা ৰিহা মেখেলা

দেখি মোৰ গাবলে মনে যায় বহাগৰে গান

নোৱাৰি থাকিব আঁতৰি জান ঐ জান

ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা ঐ

AssameseLyrical.com

মোৰ ফুলনিৰ ফুল হলে

সজাই থলো হেঁতেন জান ঐ

ফুলদানি কৰী

মোৰ পথাৰৰ ধান হলে

সাঁচি থলোঁ হেঁতেন ভঁৰালত লখিমী কৰী

দেখি মোৰ গাবলৈ মন যায়

বহাগৰে গান

নোৱাৰি থাকিব আঁতৰি

জান ঐ জান

ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা ঐ

ঐ নাচনী নামৰূপতে বহু কথাই জানা

নে ঐ জান নে

এ হেনো দিনে ধৰি পেলালা প্ৰেমতে

ঐ বুজা নে

দেখিলে গাবলৈ মনে যায়

বহাগৰে গান

নোৱাৰি থাকিব আঁতৰি

জান ঐ জান