Notun Hahi Lyrics by Bishrut Saikia is a newly released Assamese song music also given by Bishrut Saikia. The latest song Notun Hahi lyrics are written by Bishrut Saikia.
Notun Hahi Song Details:
Song: | Notun Hahi |
Singer(s): | Bishrut Saikia |
Musician(s): | Bishrut Saikia |
Written by: | Bishrut Saikia |
Label(©): | Bishrut Saikia |
Notun Hahi Lyrics
নৱ বৰণীয়া অলকেৰে
নিজক সলনি কৰি কি দেখিলা ?
ৰামধেনুৰ সাতো ৰঙে
মানসক শুকুলা নকৰিলা।
চুৰত সুৰাৰে জীৱনক ধুঁৱলিত থলা।
নিৰুদ্যম হৃদয়ে হেজাৰ গীত গুণগুণাই
প্ৰাণৰ ভাষাৰে তুমি কবিতা ৰচা।
কি যুগান্তৰ সন্মূখীন হৈ সদায়?
নতুন হাঁহি সমিধান এই প্ৰহেলিকাৰ ।।
নৱ বৰণীয়া অলকেৰে নিজক সলনি কৰি কি দেখিলা ?
আনৰ হিতৰ বাবে তুমি নিজৰ ক্ষতি কৰি মৰহি যাবা
তুমি মৰহি গ’লে বসন্ত নহয় ৰঙচুৱা।
কোন দিগন্তত সুৰুয হৈ তুমি,আহি জিৰোৱা?
কোন সাগৰৰ জলদস্যুৱে সেই সন্ধিয়া কাঢ়ে তোমাৰ বিভাসা?
তোমাৰ নিম্ন উগ্ৰতাও নীলাঞ্জনা !
আপদ আলিংগন কৰা তোমাৰ দুৰ্বলতা ।
নতুন হাঁহি সমিধান এই প্ৰহেলিকাৰ ।।
নৱ বৰণীয়া অলকেৰে নিজক সলনি কৰি কি দেখিলা?
তোমাৰ মনে বিচৰা সুখ মহানগৰীত দেখোন তাকৰীয়া।
দেশৰ সুখ উন্মাদ লুইতৰ উৰ্মিমালাত ।
আপোন পথাৰৰ আলিত তোমাৰ খোজৰ কামনা,
দাৱনীৰ খামুচত জিলিকে অলেখ ধানৰ গহনা।
প্ৰকৃতিৰ আগত কি মান অট্টালিকাৰ ?
চিলনী তুমি অসমৰ উৰণ তোমাৰ স্বাধীনতাৰ।
পখীৰ ভাও ধৰা ৰঙীণ চিলা তুমি নহ’বা !
নতুন হাঁহি সমিধান এই প্ৰহেলিকাৰ ।।
Notun Hahi Song Video
We hope you enjoyed the lyrics of “Notun Hahi Lyrics – Bishrut Saikia.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!
Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: