O Akash Lyrics In Assamese, sung by Zubeen Garg & Satabdi Borah. Lyrics penned by Ikram H. Juwel. Music by Ankur Saikia.
Song Credits
- Song : O Akash
- Singer : Zubeen Garg & Satabdi Borah
- Lyrics & tune : Ikram H. Juwel
- Music : Ankur Saikia
- Mixed & Mastered : Diganta Bordoloi
- Label: MIRCHI ASSAM
O Akash Lyrics In Assamese
অ’ আকাশ..
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ..
ক’তেনো হেৰালে মোৰ প্ৰাণ
অ’ আকাশ..
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ..
ক’তেনো হেৰালে মোৰ প্ৰাণ
মোৰ কলিজাৰ তেজ
টোপাল টোপাল
বুকুতে বাৰিষাৰ নৈ
সাগৰ বিশাল
চকুৰ পতাত আজি
ধূসৰ জোনাক
সেমেকা সেমেকা সেই
হেঙুল প্ৰভাত
অ’ আকাশ…
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ…
ক’তেনো হেৰালে মোৰ প্ৰাণ ।
ক্লান্ত সময়ে ৰৈ চায়
অ’ ক্লান্ত সময়ে ৰৈ চায়
কোন দূৰণিৰ বাঁহি কিনো সুৰ বায়
কোন দূৰণিৰ বাঁহি কিনো সুৰ বায়
মৰহা পাহিৰে
ফুলে কি নুফুলে
সপোনৰ কলি আজি
দিঠগত শুকালে
মৰহা পাহিৰে
ফুলে কি নুফুলে
সপোনৰ কলি আজি
দিঠগত শুকালে
অ’ আকাশ..
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ..
ক’তেনো হেৰালে মোৰ প্ৰাণ
অ’ আকাশ..
ক’তেনো হেৰালে মোৰ গান
অ’ বতাহ..
কতেনো লুকালে মোৰ প্ৰাণ ।।
[crp]
Lyrical Video Of O Akash Song
We hope you enjoyed the lyrics of “অ’ আকাশ O Akash Lyrics – Zubeen Garg & Satabdi Borah |.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!
Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: