OSTITWO Lyrics by A Vibe is the latest Assamese song. The song lyrics were written by Abhinava Nath while the music is given by POKETO. Mix & Master by Bhaskar Opswel.
OSTITWO Lyrics
অচিনা এই পৃথিৱী
নিজন মোৰ কোঠালি
বিচাৰো মই তোমাৰেই মুখনি
উমি উমি জ্বলে মুকুতা এমুঠি
উৰি উৰি ভাঁহে সুৰেৰে ৰ’দালি
উনামদিনী এই ৰাতি
শুনা মোৰেই কাহিনী
নিৰিবিলি কাৰ উচুপনি
ভাষাৰে লিখি ধেমালি
জিলিকি আছে আকাশত
আজি তৰা এটি দুটি
নীৰৱে কান্দে অসীমত
আহি মোৰ ৰজনী মন আজি
তোমাৰেই ভাবনাতে অনুৰাগী
Written by:
Abhinava Nath
[addtoany]
“OSTITWO” Track Info:
Song | OSTITWO |
Singer | A Vibe |
Lyrics | Abhinava Nath |
Music | POKETO |
Language | Assamese |
Music Label | Anuranan Music |