Probhati Lyrics by Bhaskar Opswel is a newly released Assamese song music also given by Bhaskar Opswel. The latest song Probhati lyrics are written by Bijit Pratim Deka & Bhaskar Opswel. The song was published by Bhaskar Opswel.
Probhati Song Details:
Song: | Probhati |
Singer(s): | Bhaskar Opswel |
Musician(s): | Bhaskar Opswel |
Written by: | Bijit Pratim Deka & Bhaskar Opswel |
Label(©): | Bhaskar Opswel |
Probhati Lyrics
প্ৰভাতী সূৰুযে আহি দুগালক জোকালে
প্ৰভাতী পক্ষীয়ে আহি মধু-ৰাগ জুৰিলে
পদূলিৰ বকুল সৰা সুৱাসে
আইৰে কোমল দুভৰিক চুমিলে
প্ৰভাতী সূৰুযে আহি দুগালক জোকালে
প্ৰভাতী পক্ষীয়ে আহি মধু-ৰাগ জুৰিলে…..
বাটে চাই ৰঁও তোমালে মই,তুমি আহিবা বুলি
ৰূপৰ এজাক গুনগুননি খোজতে দিবা সানি
বাউলী অলকা জ্বলে কপালত
ৰ’দালি কোমল পৰশ মন চোতালত
প্ৰভাতী সূৰুযে আহি দুগালক চুমিলে
প্ৰভাতী পক্ষীয়ে আহি কিনো ৰাগ জুৰিলে…
দুচকুৰ কি চাৱনি, বুজি নোপোৱা কাহিনী
পলকতে দুচকুৱে কিনো কৈ যায়
অ’ মোৰে পুৱাৰ ৰ’দালি,লোৱাহি মৰম বুটলি
বুকুলে দলিচা পাৰে আজি পদূলিত
বুকুলে দলিচা পাৰে আজি পদূলিত….
প্ৰভাতী সূৰুযে আহি দুগালক চুমিলে
প্ৰভাতী পক্ষীয়ে আহি কিনো ৰাগ জুৰিলে…!!!
Probhati Song Video
We hope you enjoyed the lyrics of “Probhati Lyrics – Bhaskar Opswel.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!
Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: