Prohelika Lyrics by DEBO is The latest Assamese Song. The Song Lyrics & music given by Debo. Mix & Mastered by Rajnish Saikia.
Prohelika Track Info
Song: PROHELIKA
Singer: DEBO
Lyrics: DEBO
Music: DEBO
Label: WildWood Records
Prohelika Lyrics In Assamese
প্ৰহেলিকা তুমি তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতি দুগালত
জানো মোৰ মনৰ মাতে
মাতে তোমাক কাষলৈ
আহিবানে তুমি আজি
সুদিছে মোৰ সপোনে ।
কিছু কথা তুমি বাকী থোৱা ৰাতিলে
বেলি যেতিয়া ডুবে পশ্চিমলে
কিছু কথা তুমি বাকী থোৱা ৰাতিলে
বেলি যেতিয়া ডুবে পশ্চিমলে
প্ৰহেলিকা তুমি তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতি দুগালত
জানো মোৰ মনৰ মাতে
মাতে তোমাক কাষলৈ
আহিবানে তুমি আজি
সুদিছে মোৰ সপোনে ।
প্ৰহেলিকা তুমি তুমি
নোৱাৰিলোঁ লিখিব
কবিতা তোমাৰ বাবে
নাহে মনত শব্দ
জাছি চিলো তোমাক সকলো
সকলো যি আছিল
আশা কৰোঁ তুমি সোঁৱৰা
এই গীত ৰাতিলে
চকুযুৰি তোমাৰ আজি সুৰ বিয়পাই
নিশা লিখা গীত আজি ৰাতিপুৱাই
যিমানেই ভাবো তোমাৰ পালোঁ চিনি
সকলো অথলে যায়
প্ৰহেলিকা তুমি তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতি দুগালত
জানো মোৰ মনৰ মাতে
মাতে তোমাক কাষলৈ
আহিবানে তুমি আজি
সুদিছে মোৰ সপোনে ।
প্ৰহেলিকা তুমি তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতি দুগালত
জানো মোৰ মনৰ মাতে
মাতে তোমাক কাষলৈ
আহিবানে তুমি আজি
সুদিছে মোৰ সপোনে ।