Ron Bur Akuwalim Lyrics – Bishrut Saikia

Ron Bur Akuwalim Lyrics by Bishrut Saikia is a newly released Assamese song music also given by Bishrut Saikia. The latest song Ron Bur Akuwalim lyrics are written by Bishrut Saikia.

Ron Bur Akuwalim Song Details:

Song:Ron Bur Akuwalim
Singer(s):Bishrut Saikia
Musician(s):Bishrut Saikia
Written by:Bishrut Saikia
Label(©):Bishrut Saikia

Ron Bur Akuwalim Lyrics

পুৰণি মোৰ সপোন, ল’ৰালিৰে সপোন,
তুমিতো নতুন।

আনে নুবুজা, ল’ৰালিৰে কথা,
তুমি যদি বুজা,

সাৰে থাকিম, তোমাৰ ৰণবোৰত।
মোৰ বুলি তোমাৰ ৰণবোৰ আঁকোৱালিম।।

অ-অ-অ.. অ-অ-অ.. অ-অ-অ..

তুমি কৰা ভয়, মোৰো হয়,
মিছাতো নহয়।।

চিনাকি এই জীৱন, অকলে গঢ়া জীৱন,
মৰম অচিন ৰহণ।
অচিনাকি ৰণবোৰত, মৰম চিনাকী হ’লে,
মোৰ বুলি তোমাৰ ৰণবোৰ আঁকোৱালিম।

আমাক মৰমে জিনি যায় কথাৰে,
মৰমক জিনিব পাৰে কোনে ?

সপোন ভাগি গ’লে মৰমে গঢ়ি তোলে,
মৰমৰ ছায়াতে সপোনে জিৰণি ল’লে,

ভাগৰি পৰা ৰণত, মৰম উশাহ হ’লে,
মোৰ বুলি তোমাৰ ৰণবোৰ আঁকোৱালিম।।

Ron Bur Akuwalim Song Video

We Hope You Liked the Ron Bur Akuwalim Lyrics – Bishrut Saikia, If You Found Mistakes in the Lyrics “Ron Bur Akuwalim Lyrics – Bishrut Saikia” kindly Submit Us With the Correct Ron Bur Akuwalim Lyrics – Bishrut Saikia Song! Thanks for visiting our Lyrics App!