Rosona Lyrics by Babu Baruah. Most Popular Assamese Song.

Audio Credits

  • Song Name: Rosona (ৰচনা)
  • Singer: Babu Baruah
  • Lyrics: Sunit Gogoi
  • Tune: Babu Baruah & Chandan Kakati
  • Music: Sekhar
  • Mixed And Mastered By: Sekhar
  • Song Recording Studio: Studio Sound Factor
  • Cast: Vivek Bora, Kishor, Deepjyoti keot, Tridip Lahon, Rupam Sarma, Manash
  • Choreographer: Bimal Bora
  • Video Editor: Moni Rajkonwar
  • Cinematographer: Prithviraj Dutta
  • Ass. Cinematographer: Tirtha Nath
  • Costume: Diplu
  • Make Up : Nanu
  • Editing Studio: Temptation
  • Cover Design: Rituparna Bora
  • Event Partner: Rudrax
  • Special thanks: Surajit Bora (Babli), Ripunjoy, Nibjyoti, Diganta, Dhritiman, Hemanta Neog, Balen & All BK Groups
  • Publicity Design: Dhritiman
  • Label: Griebs Music Assam

Rosona Lyrics

জীয়া জীৱনৰে ঘটনা
ঐ ঘটনা ঐ ঘটনা
মচি মচি বলে নোৱাৰা
ঐ নোৱাৰা ঐ নোৱাৰা
পাৰে হৈ কলেজৰ জপনা
অই জপনা অই জপনা
হেৰালে সপোনৰ ঠিকনা
অই ঠিকনা অই ঠিকনা
আগলৈবা আছে কি ধূৱলী কূৱলী‌ চকুৰে নমনা
খোজে প্ৰতি উজুটি খোজে প্ৰতি বিজুটি
দুখৰ দীঘলীয়া ৰচনা…

জীয়া জীৱনৰে ঘটনা
ঐ ঘটনা ঐ ঘটনা
মচি মচিবলে নোৱাৰা
ঐ নোৱাৰা ঐ নোৱাৰা

অ ডিগ্ৰীটো লৈয়ে ভাবিছিলো
চাকৰী কপালত লিখি ললো
চাকৰি পোৱা যে সহজ নহয়
বিচাৰি ভাগৰি বুজি পালো
কিনো মনেৰে বিয়া পাতো
কেনেকৈ কচোন তোকে আনো
সোনাৰে নিদিয়ে গহনা
শুনি দুখৰে বেদনা
আগলৈবা আছে কি ধূৱলী কূৱলী চকুৰে নমনা
খোজে প্ৰতি উজুটি খোজে প্ৰতি বিজুটি

দুখৰ দীঘলীয়া ৰচনা…
জীয়া জীৱনৰে ঘটনা
ঐ ঘটনা ঐ ঘটনা
মচি মচিবলে নোৱাৰা
ঐ নোৱাৰা ঐ নোৱাৰা
অ বাপু ৰচনা…আ…
এটা যে গীত ৰছি দহ টকা দছ অনা
অ বাপু ৰচনা…
এটা যে গীত ৰছি দহ টকা…টকা…

অ হিচাব নিকাছ মই কৰি চালো
পঢ়ি শুনি নো কিনো পালো
জ্ঞানৰে ভঁৰাল কামত নাহিল
লাজৰ ওজন হে বঢ়াই ললো
আইৰ আশাবোৰ মৰহালো
চকুৰপানীৰ হে কাৰণ হলো
ভাৱনাৰ জৱৰতে জৰুলা
পিতায়ো মাৰিলে জুপুকা
আগলৈবা আছে কি ধূৱলী কূৱলী চকুৰে নমনা
খোজে প্ৰতি উজুটি খোজে প্ৰতি বিজুটি

দুখৰ দীঘলীয়া ৰচনা
জীয়া জীৱনৰে ঘটনা
ঐ ঘটনা ঐ ঘটনা
মচি মচিবলে নোৱাৰা
ঐ নোৱাৰা ঐ নোৱাৰা
ডেৰে না না
ডেৰে না না
ডেৰে না না
ডেৰে না না
অ বাপু ৰচনা…

এটা যে গীত ৰছি দচ টাকা দচ আনা
অ বাপু ৰচনা…
এটা যে গীত ৰছি দচ টাকা…টকা
অ বাপু ৰচনা…
এটা যে গীত ৰছি দচ টাকা দচ আনা
অ বাপু ৰচনা…
এটা যে গীত ৰছি দচ টাকা…

Music Vedio Of Rosona Song

We hope you enjoyed the lyrics of “Rosona Lyrics | ৰচনা | Babu Baruah Popular Assamese Song |.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!

Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: