Song: Sui Diyana
Music/Lyrics- Palash S Gogoi
Singer: Deeplina Deka️
Rupam Sarma
Manoj Baruah
Mix&Mastered- Pinku Das
Smule Tabla Mix- Bikash Bharali
Sui Diyana Muk Ahi Ebar Lyrics |
Sui Diyana Muk Ahi Ebar Lyrics:–
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱা না মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভুপালি ৰাগ হৈ সৰিব…..
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱা না মোক কাষৰে পৰা
কলিজা শীতল পৰিব…..
বাৰে বাৰেনো লাগি ধৰিছে
ওঠতে তোমাৰে তোমাৰে নাম
ৰ’দে হাঁহিছে ৰ’দালি নামিছে
মৰমতে তাতে কি অভিমান
জুৰকে বৈ আহে পূবালি বতাহ
লৈ যাব মোক
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব….
জাগি জাগিনো ৰৈয়ে থাকিমে
তুমি নহ’লে নহয় যেন পুৱা
বাচি বাচিনো সপোনো দেখো মই
মায়াৰে কাৰেং তুমি সজোৱা
জুৰকে বৈ আহে পূবালি বতাহ
লৈ যাব মোক
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱা না মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভুপালি ৰাগ হৈ সৰিব…..