Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই ) Lyrics | Neel Akash

Song Name: Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই)

Singer Name:
Neel Akash

Lyrics: Punam Nath
Music: Trion Mahanta
Album: Tumar Ukhahot
Released: 2019
YouTube Views: 18 Millions+

Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই) Lyrics:–


মনতে আজি মোৰ,
কিহৰে শিহৰন জাগে,
এমুঠি সপোনে ক’তে নো,
উৰা মাৰে,
তুমিয়ো বহিলা ,
আহি মোৰে কাষতে,
কিনো কওঁ আজি মই,
তোমাক নোকোৱাকে,
ঔ ঔ ঔ ঔ ঔ ঔ
উমলি উভতি আহে
এ এ এ এ এ এ ….
কৌকীৰি উফৰি উঠে,
ঔকা ৰাতিৰ ওঠতে,
অলেখ ভাষা,
অ … তোমাক দেখি মোৰ ,
জাগে মায়াবি আশা…..
তোমাৰ উশাহতে যে,
মই বিলীন হওঁ,
তুমি জানানে নাজানা,
তোমাৰ সপোনতে যে ,
মই বিলীন হওঁ,
তুমি বুজানে নুবুজা…..
একুলা দুকুলা কৈ,
বাঢ়ি অহা মৰম,
চেনেহী অ’ তুমি মোৰে সাথৰ,
অ অ … ৰাতি ৰাতি মোৰে,
গাৰু শিতানৰ,
কোমলকৈ আঙুলিৰ,
উমাল পৰস,
ঔ ঔ ঔ ঔ ঔ ঔ …..
উমলি উভতি আহে
এ এ এ এ এ এ …..
কৌকীৰি উফৰি উঠে,
ঔকা ৰাতিৰ ওঠতে,
অলেখ ভাষা,
অ … তোমাক দেখি মোৰ ,
জাগে মায়াবি আশা …..
তোমাৰ উশাহতে যে ,
মই বিলীন হওঁ,
তুমি জানানে নাজানা,
তোমাৰ সপোনতে যে ,
মই বিলীন হওঁ,
তুমি বুজানে নুবুজা…..
Sort Version: Tumar Ukhahot Lyrics