Tumi Je Nai Lyrics sung by Rakesh Reeyan. Tumi Je Nai is a new Assamese song featuring Rakesh Reeyan and Junu Nath. Gitartha Girin wrote the lyrics for this song. Mayur Saikia composed the music for Tumi Je Nai.
Tumi Je Nai Lyrics in English
AssameseLyrical.com
Tumi Je Nai Lyrics in Assamese
আহিছিলা তুমি আবেলিতে
সোমালাহি বুকুতে নকোৱাকৈ
গধুলিতে তুমি জোনাকী হৈ
বোৱালাহি মনতে জোনাকী হৈ
প্ৰতিতো হাহিঁ তোমাৰে ওঠৰ
মোৰেইতো আছিল
মোৰ প্ৰতিটো উশাহ তোমাৰে নামত
তোমাৰেই আছিল
তুমি যে নাই , আজি যে নাই
তুমি যে নাই, নাই একো নাই
তুমি যে নাই , আজি যে নাই
তুমি যে নাই, নাই একো নাই
আছিলে যে মন তোমাতে মগন
মৰমেৰে মোৰ ৰঙালা জীৱন
ভাগৰুৱা কলিজা খন
তুমি আহি কৰি নিজৰ
তুমি আছিলা ফাগুনো আছিলে
প্ৰতিটো হাহিয়ে মোকেই সজালে
দুটি ওঠে ওঠে
আবেগৰে কৰি নিজৰ
AssameseLyrical.com
তোমাৰেই নামৰ প্ৰতিটো সপোন
মোৰেইতো আছিল
প্ৰতিটো পুৱা প্ৰতিটো নিশা
তোমাতেই বিলীন
তুমি যে নাই , আজি যে নাই
তুমি যে নাই, নাই একো নাই
তুমি যে নাই , আজি যে নাই
তুমি যে নাই, নাই একো নাই
তুমি যে নাই , আজি যে নাই
তুমি যে নাই, নাই একো নাই