Tumi Tumi Loga Lyrics Full by David Chandan Gogoi is the latest Assamese song. The song lyrics were written by Partha Priyom Gogoi. Music is given by Sayuj Nehal. Featured Bhargav Gogoi, Tuhina Saikia. Music video directed by Sikandar Paswan Playback Subhom.
Tumi Tumi Loga Lyrics Full
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ সৈ
তুমি তুমি লগা কি যে মিঠা ভাল পোৱা
তুমি নহ’লে ই হৱ জীৱন আধৰুৱা সৈ
তুমি তুমি লগা কি যে মিঠা ভাল পোৱা
তুমি নহ’লে ই হৱ জীৱন আধৰুৱা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মোৰো মোৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
হেঁপাহ ৰে নদী খন বৈ তোমালে
উশাহ বোৰো গভীৰ হয় তোমাক পাবলে
অ… অ… অ…
হেঁপাহ ৰে নদী খন বৈ তোমালে
উশাহ বোৰো গভীৰ হয় তোমাক পাবলে
তুমি জানা আসে পাসে তুমি নো থাকা
তুমি ভাবানে বাৰু মোৰেনো কথা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
যৌৱনৰে কিনো ভাটি বেলা
সপোনৰে কিনো অগা দেৱা
যৌৱনৰে কিনো ভাটি বেলা
সপোনৰে কিনো অগা দেৱা
আবেগে আবেগে তুমি কাষতে ৰলা
তুমি ভাবানে ৱাৰু মোৰে নো কথা
তোমাৰ প্ৰেমত পৰো পৰো লাগে মৰো মৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
“কথা:- তুমি তুমি লগা ভাবনাবোৰত ,
তোমাকে বিচাৰি পাওঁ,
তুমি আহিবা মোৰ বুকুলৈ,
মাথো তুমি তুমি হৈ।”
Written by:
Partha Priyom Gogoi
[addtoany]
“Tumi Tumi Loga” Track Info:
Song | Tumi Tumi Loga |
Singer | David Chandan Gogoi |
Lyrics | Partha Priyom Gogoi |
Music | Sayuj Nehal |
Cast | Bhargav Gogoi, Tuhina Saikia |
Director | Sikandar Paswan Playback Subhom |
Language | Assamese |
Music Label | Dhwani Music |