Ultrasound | Rakesh Reeyan

Singer : Rakesh Reeyan
Lyrics/Tune : Khirod Dutta & Akash Pritom
Music : Akash Pritom

(Music)…

ঐ ৰাকেশ ৰিয়ানৰ,কিনো বেমাৰ সোমালে
আলট্ৰাচাউণ্ডত ওলোৱা নাই
ঐ নাৰ্ছ বাইদেউৱে ধৰিবকে নোৱাৰে
বুকুখনি হেঁচি হেঁচি চাই….

ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে
আলট্ৰাচাউণ্ডত ওলোৱা নাই
ঐ নাৰ্ছ বাইদেউৱে ধৰিবকে নোৱাৰে
বুকুখনি হেঁচি হেঁচি চাই

ঐ কিনো অচিন বেমাৰ সোমাল
তোমাক দেখা পাই…
তোমাৰ কথা ভাবি ভাবি,ৰাতি নোপোৱাই
শপত খাই কৈছো,অ..মইনা
মিছা মই কোৱা নাই…
ঐ তুমি নুবুজিলে,অ..মইনা
বুজোতা কোনো নাই….!

(Music)…

অ..তিনিচুকীয়াত মোৰে ঘৰ
অ মইনা,অ মইনা এদিন তুমি আহিবা
অ..বাটত কেনা লাগিলে
অ মইনা,মোৰে মইনা মিছকল এটা মাৰিবা

একা বেকা বাটেৰে গৈ কা’ক পথাৰ পাম
সখীৰে ঘৰতে সোমাই,ৰহি সাজে খাম
নিচা মোৰ লাগিলে,অ মইনা অ মইনা
গোটেই ৰাতি বিহু গীত
গোটেই ৰাতি বিহু গীত গাম…!

(Music)…

ঐ মৰমত মাতিলে
অ মইনা অ মইনা
ঢপলিয়াই আহিবা
কাষতে বহি লৈ
অ মইনা অ মইনা
জান টো বুলি মাতিবা

তোমাৰ মিঠা চাৱনিতে
মৰম লাগি যায়
তুমি কোৱা কথাবোৰে
খুলি খুলি খায়

আনে নজনাকে
অ মইনা মোৰে মইনা
দিবানে মোক বুকুতে
দিবানে মোক বুকুতে ঠাই

ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে
আলট্ৰাচাউণ্ডত ওলোৱা নাই
ঐ নাৰ্ছ বাইদেউৱে ধৰিবকে নোৱাৰে
বুকুখনি হেঁচি হেঁচি চাই

ঐ কিনো অচিন বেমাৰ সোমাল
তোমাক দেখা পাই…
তোমাৰ কথা ভাবি ভাবি,ৰাতি নোপোৱাই
শপত খাই কৈছো,অ..মইনা
মিছা মই কোৱা নাই…
ঐ তুমি নুবুজিলে,অ..মইনা
বুজোতা কোনো নাই….!