Xopun Kuwori Lyrics by Montu Moni Saikia is a newly released Assamese song music also given by Palash Gogoi. The latest song Xopun Kuwori lyrics are written by Sunit Gogoi.
Xopun Kuwori Song Details:
Song: | Xopun Kuwori |
Singer(s): | Montu Moni Saikia |
Musician(s): | Palash Gogoi |
Written by: | Sunit Gogoi |
Label(©): | Montu Moni Saikia official |
Xopun Kuwori Lyrics
মৰম তই দিবিনে, মৰম তই ল’বিনে
মই যদি তোৰে হওঁ তই মোৰে হ’বিনে ?!
মৰম তই দিবিনে, মৰম তই ল’বিনে
মই যদি তোৰে হওঁ তই মোৰে হ’বিনে ?!
সোণ বুলি মাতিলে, এবুকু আৱেগে
জান বুলি মোকে তই সাৱটি ল’বিনে?!
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই…..
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!
ফাগুনী পচোৱা এচাটি যেতিয়া বয়
গছৰ পাত বাউলি হয় !
মৰমৰ মলয়া বোৱালি তই
থাকিব পাৰোনে ৰৈ !?
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই…..
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!
চকুতে চকু থৈ অ’ই ৰহেদৈ,
অ’ মোৰ ৰহেদৈ
কলিজা চুৰ কৰিলি তই !
নিজৰেই কৰিলি অ’ই ৰহেদৈ, অ’ মোৰ ৰহেদৈ
গমকেচোন নাপালো মই !!
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই…..
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!
Xopun Kuwori Song Video
We hope you enjoyed the lyrics of “Xopun Kuwori Lyrics – Montu Moni Saikia.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!
Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: