Xorotor Ratipuwa Lyrics In Assamese, sung & Lyrics by Mritunjoy Kakati. Composed by Sannidhya Bhuyan. Music by Dhruv Thakuria.
Song Credits
- Song: XOROTOR RATIPUWA
- Album: NIYORXONA
- Singer & Lyrics: Mritunjoy Kakati
- Composition: Sannidhya Bhuyan
- Music/Mixed & Mastered: Dhruv Thakuria
- Starring: Dipankar Mahanta & Debashree Gogoi
- Story & Direction: Bedant
- Label: Jollywood Now Music
Xorotor Ratipuwa Lyrics In Assamese
শৰতৰ ৰাতিপুৱা
অনুভৱী এটি পুৱা এই ধৰা
দুবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা
প্ৰণয়ৰে ৰং সানি ক’তেনো আছা তুমি
জোনাকীৰ সৈতেই বিলীন হোৱা
সপোনৰ পম খেদি লিখা সেই কাহিনী
তোমাৰ বাবেই যে ৰহন সনা
তোমাৰ বাবেই যে ৰহন সনা
জীৱনৰে তমসা,কাহিনী বিষাদভৰা
মচি মচি যাম,নতুন সজাম
এটি এটি ভাৱনা,কি মধুৰ বাসনা!
তোমাৰেই গান,হাঁহিৰে জীপাল
হেঁপাহৰে আখৰা,কাহিনী আশাভৰা
ৰচি ৰচি যাম, হৃদয় জুৰাম
নিয়ৰৰে দলিচা ৰ’দালি চমকসনা
পৰাণৰে গান,বাঁহীৰে জীপাল
প্ৰণয়ৰে ৰং সানি ক’তেনো আছা তুমি
জোনাকীৰে সৈতেই বিলীন হোৱা
সপোনৰ পম খেদি লিখা সেই কাহিনী
তোমাৰ বাবেই যে ৰহনসনা
তোমাৰ বাবেই যে ৰহনসনা
[crp]
Music Video Of Xorotor Ratipuwa Song
We hope you enjoyed the lyrics of “শৰতৰ ৰাতিপুৱা Xorotor Ratipuwa Lyrics – Mritunjoy Kakati |.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!
Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: